লখিমপুৰ, 30 জুলাই :
- লখিমপুৰ জিলাৰ পানীগাও চিকিৎসালয়ত এগৰাকী কিশোৰীৰ মৃত্যুকলৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি
- ৰোগাক্ৰান্ত কিশোৰীক বেজি দিয়াৰ পাচতে মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ
- মৃত্যু হোৱা মাজুলীৰ নিৰ্মালী শইকীয়া হৃদৰোগত আক্ৰান্ত হৈ আছিল
- পৰিয়ালৰ মতে কিশোৰীগৰাকী ফুৰিবলৈ আহিছিল ৰনটিজানৰ সম্পকীয়ৰ ঘৰত
- ৰোগাক্ৰান্ত কিশোৰীৰ 21 দিনৰ মূৰত ল'ব লগীয়া নিয়মীয়া বেজি লৈছিল পানীগাওঁ চিকিৎসালয়ত
- কিশোৰী গৰাকীৰ পৰিয়ালৰ অভিযোগ নাৰ্ছে সঠিকভাৱে দিয়া নাছিল বেজি যাৰ বাবে মৃত্যু হ'ল কিশোৰী গৰাকীৰ এগৰাকী কিশোৰীৰ মৃত্যুকলৈ উত্তপ্ত পানীগাওঁ চিকিৎসালয়