ETV Bharat / state

লখিমপুৰৰ বগীনদীৰ পদুমণি উদ্যানৰ পঁয়ালগা অৱস্থা - আন্তঃগাঁথনিৰ অভাৱত

আন্তঃগাঁথনিৰ অভাৱত জৰাজীৰ্ণ ৰূপ লৈছে লখিমপুৰৰ বগীনদীৰ পদুমণি উদ্যানে। বিকল হৈ পৰিছে পৰ্যটকৰ বিনোদনৰ বাবে থকা সকলো সামগ্ৰী।

লখিমপুৰৰ বগীনদীৰ পদুমণি উদ্যানৰ পঁয়ালগা অৱস্থা

author img

By

Published : Oct 28, 2020, 3:09 PM IST

লখিমপুৰ, ২৮ অক্টোবৰ: লখিমপুৰৰ বগীনদীৰ পদুমণি উদ্যানত এতিয়া নিমাওমাও পৰিৱেশ। লখিমপুৰৰ বগীনদী স্থিত ঐতিহাসিক পদুমনি আই থানৰ সমীপত আছে এই পদুমণি উদ্যানখন। বৰ্তমান আন্তঃগাঁথনি অভাৱত জহি-খহি গৈছে বিকল পৰ্যটকৰ বিনোদনৰ বাবে উদ্যানখনত থকা সামগ্ৰীসমূহ।

লখিমপুৰৰ বগীনদীৰ পদুমণি উদ্যানৰ পঁয়ালগা অৱস্থা
লখিমপুৰৰ বগীনদীৰ পদুমণি উদ্যানৰ পঁয়ালগা অৱস্থা

লখিমপুৰ জিলা সামাজিক বনানীকৰণ বিভাগৰ অধীনৰ দৰ্শনাৰ্থীৰ বাবে এই উদ্যানখন মুকলি কৰি দিয়া হৈছিল। বিভাগীয় কৰ্তৃপক্ষই উদ্যানখনৰ বাবে লক্ষ লক্ষ টকা ব্যয় কৰিছে,যদিও এই ধনৰাশি সঠিক ভাৱে ব্যৱহাৰ নকৰাত পাৰ্কখনে জৰাজীৰ্ণ ৰূপ লৈছে।

মেৰামতিৰ অভাৱত বিকল হৈ পৰিছে হাত নাওসমূহৰ লগতে পানীৰ ফোৱাৰা। দৰ্শনাৰ্থীৰ বাবে প্ৰয়োজনীয় বিনোদন সামগ্ৰীৰ অভাৱৰ বাবেই বৰ্তমান পৰ্যটকৰ জনপ্ৰিয়তা হেৰুৱাই পেলাইছে উদ্যানখনে।

লগতে পঢ়ক:কলগাছিয়াত ভঙা দলঙেৰে যাতায়ত কৰিছে ৰাইজে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.