ETV Bharat / state

নৱবৰ্ষৰ প্ৰথমটো দিনত উকা হৈ ৰ'ল অসমীয়াৰ পদূলি - আনন্দ নাই এজনো অসমীয়াৰ মুখত

অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত আনন্দ নাই এজনো অসমীয়াৰ মুখত । এইবাৰ এজনো অসমীয়া গৃহস্থক মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিবলৈ নাই গাঁৱৰ হুচৰি দল ।

no bihu celebration in assam for the corona pandemic

author img

By

Published : Apr 14, 2020, 9:16 PM IST

লখিমপুৰ, 14 এপ্ৰিলঃ আজি অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন । কিন্তু নৱবৰ্ষৰ প্ৰথম দিনটোত আনন্দ নাই এজনো অসমীয়াৰ মুখত । কিয়নো বিগত বছৰবোৰৰ দৰে এইবাৰ এজনো অসমীয়া গৃহস্থক মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিবলৈ নাই গাঁৱৰ হুচৰি দল । গাঁৱৰ বিহুৱা ডেকা এইবেলি ব্যস্ত ঘৰতে কান্ধত ঢোলটো লৈ এফাকি বিহু গোৱাত ।

নৱবৰ্ষৰ প্ৰথম দিনটোত উকা হৈ থাকিল অসমীয়াৰ পদূলি

লগতে পঢ়কঃ উকা হৈ ৰৈছে ঐতিহাসিক লতাশিল বিহুতলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.