- লখিমপুৰৰ লালুকৰ ১নং কৰুনাবাৰীত পথ দুৰ্ঘটনা
- নিয়ন্ত্ৰন হেৰুৱাই পথৰ দাঁতিত বাগৰিল স্কুল বাছ
- হাৰমতিৰ জ্ঞান অকাডেমীৰ ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই নিছিল বাছ খনে
- দুৰ্ঘটনাটোত দহ জনৰো অধিক ছাত্ৰ-ছাত্ৰী আহত
- বাছ খনত আছিল ২৫ ৰ পৰা ৩০ জন ছাত্ৰ-ছাত্ৰী
- দুৰ্ঘটনাটোৰ পিচত স্থানীয় লোকে তৎপৰতাৰে বাছৰ ভিতৰৰ পৰা উলিয়ায় কন-কন ছাত্ৰ-ছাত্ৰীক
- আহত সকলক লালুক আদৰ্শ চিকিৎসালয়ত ভৰ্তি
- যাত্ৰীবাহী টেম্প'ৰ দৌৰাত্ম্যৰ বাবেই বাছ খন দুৰ্ঘটনাত পতিত হোৱাৰ অভিযোগ
- দুৰ্ঘটনাগ্ৰস্ত বাছ খনৰ নং- AS 01 DC 9296
লখিমপুৰত পথৰ দাঁতিত বাগৰিল স্কুল বাছ
লখিমপুৰত পথৰ দাঁতিত বাগৰিল স্কুল বাছ
2019-06-25 10:05:55
বাছ খনত আছিল ২৫ ৰ পৰা ৩০ জন ছাত্ৰ-ছাত্ৰী ৷ হাৰমতিৰ জ্ঞান অকাডেমীৰ ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই নিছিল বাছ খনে ৷
2019-06-25 10:05:55
বাছ খনত আছিল ২৫ ৰ পৰা ৩০ জন ছাত্ৰ-ছাত্ৰী ৷ হাৰমতিৰ জ্ঞান অকাডেমীৰ ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই নিছিল বাছ খনে ৷
- লখিমপুৰৰ লালুকৰ ১নং কৰুনাবাৰীত পথ দুৰ্ঘটনা
- নিয়ন্ত্ৰন হেৰুৱাই পথৰ দাঁতিত বাগৰিল স্কুল বাছ
- হাৰমতিৰ জ্ঞান অকাডেমীৰ ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই নিছিল বাছ খনে
- দুৰ্ঘটনাটোত দহ জনৰো অধিক ছাত্ৰ-ছাত্ৰী আহত
- বাছ খনত আছিল ২৫ ৰ পৰা ৩০ জন ছাত্ৰ-ছাত্ৰী
- দুৰ্ঘটনাটোৰ পিচত স্থানীয় লোকে তৎপৰতাৰে বাছৰ ভিতৰৰ পৰা উলিয়ায় কন-কন ছাত্ৰ-ছাত্ৰীক
- আহত সকলক লালুক আদৰ্শ চিকিৎসালয়ত ভৰ্তি
- যাত্ৰীবাহী টেম্প'ৰ দৌৰাত্ম্যৰ বাবেই বাছ খন দুৰ্ঘটনাত পতিত হোৱাৰ অভিযোগ
- দুৰ্ঘটনাগ্ৰস্ত বাছ খনৰ নং- AS 01 DC 9296
# লখিমপুৰৰ লালুকৰ ১নং কৰুনাবাৰীত পথ দুৰ্ঘটনা ৷
নিয়ন্ত্ৰন হেৰুৱাই পথৰ দাতিত বাগৰিল এখন স্কুল বাছ ৷
হাৰমতিৰ জ্ঞান অকাডেমীৰ ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই নিছিল বাছ খনে ৷
দুৰ্ঘটনাটোত দহ জনৰো অধিক ছাত্ৰ-ছাত্ৰী আহত ৷
বাছ খনত আছিল ২৫ ৰ পৰা ৩০ জন ছাত্ৰ-ছাত্ৰী ৷
দুৰ্ঘটনাটোৰ পিচত স্থানীয় লোকে তৎপৰতাৰে বাছৰ ভিতৰৰ পৰা উলিয়ায় কন-কন ছাত্ৰ-ছাত্ৰীক ৷
আহত সকলক লালুক আদৰ্শ চিকিৎসালয়ত ভৰ্তি ৷
যাত্ৰীবাহী টেম্প'ৰ দৌৰাত্ম্যৰ বাবেই বাছ খন দুৰ্ঘটনাত পতিত হোৱাৰ অভিযোগ ৷
দুৰ্ঘটনাগ্ৰস্ত বাছ খনৰ নং- AS 01 DC 9296

Sent from my Samsung Galaxy smartphone.
Last Updated : Jun 25, 2019, 12:52 PM IST