লখিমপুৰ,8 জানুৱাৰীঃ সোৱনশিৰি নদীৰ খহনীয়াৰ স্থায়ী সমাধানৰ বাবে এনএইচপিচি কৰ্তৃপক্ষই প্ৰদান কৰা ৪০ কোটি টকীয়া চাৰিখন আঁচনিৰ শুকুৰবাৰে আধাৰশিলা স্থাপন কৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী তথা ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেই । ইপিনে লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰ অন্তৰ্গত তথা বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত সোৱণশিৰি নদীৰ খহনীয়া প্ৰতিৰোধক কেন্দ্ৰ কৰি ৰূপায়ন কৰিবলৈ লোৱা এই আঁচনি সমূহৰ আধাৰশিলা স্থাপন কৰা কাৰ্যসূচীত মন্ত্ৰী গৰাকীক সংগ দিয়ে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ।
বগীনদীত ৪০ কোটি টকীয়া চাৰিখন আঁচনিৰ আধাৰশিলা স্থাপন - লোকসভা সমষ্টিৰ সাংসদ প্ৰদান
লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰ অন্তৰ্গত তথা বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত সোৱণশিৰি নদীৰ খহনীয়া প্ৰতিৰোধক কেন্দ্ৰ কৰি ৰূপায়ন কৰিবলৈ লোৱা আঁচনি সমূহৰ আধাৰশিলা স্থাপন কৰা কাৰ্যসূচীত মন্ত্ৰী নৱ কুমাৰ দলেক সংগ দিয়ে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ।