ETV Bharat / state

নাওবৈচা মহাবিদ্যালয়ত বিজ্ঞানসন্মতভাৱে আচাৰ, জাম জেলী প্ৰস্তুতকৰণৰ দুদিনীয়া প্ৰশিক্ষণ সম্পূৰ্ণ

প্ৰশিক্ষণ প্ৰদান কৰে নৱসঞ্জীৱনী এন জি অৰ সভাপতি গংগাজ্যোতি টায়েগাম আৰু লক্ষীমপুৰ কৃষি বিভাগৰ ফল-মূল সংৰক্ষণ বিভাগৰ কমৰ্চাৰী ভদ্ৰেস্বৰ শইকীয়া।

নাওবৈচা মহাবিদ্যালয়ত বিজ্ঞানসন্মতভাৱে আচাৰ, জাম জেলী প্ৰস্তুতকৰণৰ দুদিনীয়া প্ৰশিক্ষণ সম্পূৰ্ণ
author img

By

Published : Jun 27, 2019, 6:40 AM IST

নাওবৈচা , 27 জুনঃ নাওবৈচা মহাবিদ্যালয়ৰ শিক্ষক গোটৰ অন্তৰ্গত মহিলা কোষৰ উদ্যোগত আৰু নৱ-সঞ্জীৱনী সহযোগত মহাবিদ্যালয়ৰ শিক্ষক জিৰণি ভৱনত বিগত ২৫,২৬ জুনত দুদিনীয়া কাৰ্যসূচীৰে বিজ্ঞানসন্মতভাৱে আচাৰ,জাম,জেলী জুছ প্ৰস্তুতকৰণৰ এক প্ৰশিক্ষণ অনুষ্ঠিত হয়৷ প্ৰশিক্ষণ কাৰ্যসূচীত মহাবিদ্যালয়খনৰ ৪৭ গৰাকী ছাত্ৰীক প্ৰশিক্ষণ দিয়া হয়। প্ৰশিক্ষণ প্ৰদান কৰে নৱসঞ্জীৱনী এন জি অৰ সভাপতি গংগাজ্যোতি টায়েগাম আৰু লক্ষীমপুৰ কৃষি বিভাগৰ ফল-মূল সংৰক্ষণ বিভাগৰ কমৰ্চাৰী ভদ্ৰেস্বৰ শইকীয়া।

নাওবৈচা মহাবিদ্যালয়ত বিজ্ঞানসন্মতভাৱে আচাৰ, জাম জেলী প্ৰস্তুতকৰণৰ দুদিনীয়া প্ৰশিক্ষণ সম্পূৰ্ণ

নৱসঞ্জীৱনী এন জি অৱে ছাত্ৰীসকলক ঘৰুৱাভাৱে সুলভ আম , মধুৰিআম. কঁঠাল, নৰাবগৰী , আহোমবগৰী, কল আদি ফল-মূলে কি দৰে আচাৰ, জাম, জেলী, জুছ, প্ৰস্তুত কৰি নিজৰ লগতে সমাজখনক স্বাৱলম্বী কৰি তুলিব পাৰে তাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ প্ৰশিক্ষণৰ অন্তত ছাত্ৰী সকলক এনজিঅৰ তৰফৰ পৰা প্ৰমাণপত্ৰ প্ৰদান কৰে।

Intro:লখিমপুৰ জিলা বৃহত্তৰ নাওবৈচাৰ একমাত্ৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান নাওবৈচা মহাবিদ্যালয়ত বিজ্ঞানসন্মতভাৱে আচাৰ জাম জেলী জুছ প্ৰস্তুতকৰণৰ ওপৰত কালিৰে পৰা দুদিনীয়াকৈ এটি প্ৰশিক্ষণ অনুষ্ঠিত হয়। Body: নাওবৈচা ২৬ জুন :-নাওবৈচা মহাবিদ্যালয়ত বিজ্ঞানসন্মত ভাৱে আচাৰ - জাম জেলী প্ৰস্তুতকৰণ দুদিনীয়া প্ৰশিক্ষণ সম্পূৰ্ণ :
## নাওবৈচা মহাবিদ্যালয়ৰ
শিক্ষক গোটৰ অন্তৰ্গত মহিলা কোষৰ উদ্যোগত আৰু নৱ-সঞ্জীৱনী সহযোগত মহাবিদ্যালয়ৰ শিক্ষক জিৰণি ভৱনত যোৱা ২৫,২৬ জুনত দুদিনীয়া কাৰ্যসূচীৰে বিজ্ঞানসন্মত ভাৱে আচাৰ-জাম- জেলী জুছ প্ৰস্তুতকৰণৰ এক প্ৰশিক্ষণ অনুষ্ঠিত হৈ যায়।## প্ৰশিক্ষণ কাৰ্যসূচীত মহাবিদ্যালয়খনৰ ৪৭ গৰাকী ছাত্ৰীক প্ৰশিক্ষণ দিয়া হয়।## প্ৰশিক্ষণ প্ৰদান কৰে নৱসঞ্জীৱনী এন জি অৰ সভাপতি গংগাজ্যোতি টায়েগাম আৰু লক্ষীমপুৰ কৃষি বিভাগৰ ফল-মূল সংৰক্ষণ বিভাগৰ কমৰ্চাৰী ভদ্ৰেস্বৰ শইকীয়া। ## নৱসঞ্জীৱনী এন জি অৱে ছাত্ৰীসকলক ঘৰুৱাভাৱে সুলভ আম , মধুৰিআম. কঁঠাল, নৰাবগৰী , আহোমবগৰী, কল আদি ফল-মূলে কি দৰে আচাৰ, জাম, জেলী, জুছ, প্ৰস্তুত কৰি নিজৰ লগতে সমাজখনক স্বাৱলম্বী কৰি তুলিব পাৰে তাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয় ## প্ৰশিক্ষণৰ অন্তত ছাত্ৰী সকলক এনজিঅৰ তৰফৰ পৰা প্ৰমাণপত্ৰ প্ৰদান কৰে।##Conclusion:নিতুল বৰা
নাওবৈচা
২৬/৬/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.