ETV Bharat / state

গৃহ চহৰত মিলু দাৰ নশ্বৰদেহ

author img

By

Published : Jan 24, 2021, 8:52 PM IST

Updated : Jan 24, 2021, 9:07 PM IST

গৃহভূমিত উপস্থিত সেৱাব্ৰত বৰুৱাৰ নশ্বৰদেহ ৷ নাৰায়ণপুৰৰ মাজমজিয়াত উপস্থিত নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ নশ্বৰ দেহ ৷ বিশিষ্ট নাট্যকাৰজনক সন্ধিয়া শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয় নাৰায়ণপুৰত ৷

গৃহ চহৰত মিলু দাৰ নশ্বৰদেহ
গৃহ চহৰত মিলু দাৰ নশ্বৰদেহ

বিহপুৰীয়া, 24 জানুৱাৰী : জীৱন নাটৰ যৱনিকা পেলাই অচিন দেশলৈ গুছি গ'ল বিশিষ্ট নাট্যকাৰ তথা 2019 চনৰ ভ্ৰাম্যমান বঁটা প্ৰাপক সেৱাব্ৰত বৰুৱা ৷

দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা বিশিষ্ট নাট্যকাৰ গৰাকীৰ দেওবাৰে পুৱা 5:30 বজাত দেহাৱসান ঘটে ৷

গৃহ চহৰত মিলু দাৰ নশ্বৰদেহ

বৰ্তমান গৃহভূমিত উপস্থিত সেৱাব্ৰত বৰুৱাৰ নশ্বৰদেহ৷ নাৰায়ণপুৰৰ মাজমজিয়াত উপস্থিত হোৱাৰ লগে লগে বিশিষ্ট নাট্যকাৰজনক সন্ধিয়া শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয় নাৰায়ণপুৰত ৷

আজি পুৱা বৃক্কজনিত ৰোগত মৃত্যক সাৱটি লোৱা গৃহাভিমুখী জ্যেষ্ঠ নাট্যকাৰজনৰ নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলি জনায় নাৰায়ণপুৰৰ বিভিন্ন দল-সংগঠন, ব্যক্তিবিশেষে৷আনহাতে বিহপুৰীয়াতো বহু গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনায় প্ৰখ্যাত নাট্যকাৰগৰাকীক ৷

লগতে পঢ়ক:73 বছৰে বিদ্যুতৰ পোহৰ নেদেখা মিছামাৰীৰ এখন গাঁও

Last Updated : Jan 24, 2021, 9:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.