ETV Bharat / state

ৰাজ্যত লাভ জেহাদৰ আন এক ঘটনা

author img

By

Published : Sep 13, 2020, 2:27 PM IST

লখিমপুৰৰ ফুলবাৰীত এক ভয়ংকৰ ঘটনা । লাভ জেহাদৰ বলি এগৰাকী যুৱতী । ৰাহুল বৰা নামেৰে পৰিচয় দি যুৱতী গৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলা নাজিবুৰ ৰহমান নামৰ এগৰাকী বিবাহিত যুৱকক কৰায়ত্ত কৰিলে স্থানীয় ৰাইজে ।

Love Jihad in Lakhimpur assam etv bharat news
ৰাজ্যত লাভ জেহাদৰ আন এক ঘটনা

লখিমপুৰ, 13 ছেপ্তেম্বৰ: লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুলবাৰী গাঁও পঞ্চায়তৰ ২নং মাজগাঁৱত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা । জানিব পৰা মতে, দ’লহাটৰ লোকামপুৰৰ দুটা সন্তানৰ পিতৃ নাজিবুৰ নামৰ লোকগৰাকীয়ে ৰাহুল বৰাৰ পৰিচয়েৰে মাজগাঁৱৰ এগৰাকী যুৱতীৰ সৈতে গঢ়ি তুলিছিল প্ৰেমৰ সম্পৰ্ক । কিন্তু অধিক দিনলৈ লুকাই নাথাকিল এই কথা ৷ স্থানীয় একাংশ ৰাইজৰ তৎপৰতাত পোহৰলৈ আহে প্ৰকৃত সত্য । অৱশেষত যুৱতীগৰাকীক লগ ধৰিবলৈ অহাৰ সময়তে স্থানীয় ৰাইজে কৰায়ত্ত কৰিলে হিন্দু নামেৰে যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলা নাজিবুৰ ৰহমান নামৰ বিবাহিত যুৱকজনক । পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে কৰায়ত্ত কৰা ভণ্ড লাভ জেহাদী নাজিবুৰক গতাই দিয়ে আৰক্ষীক ।

ৰাজ্যত লাভ জেহাদৰ আন এক ঘটনা

লগতে চাওকঃ চাঞ্চল্যকৰ অপহৰণ কাণ্ড: পাহাৰৰ পৰা উদ্ধাৰ অপহৃত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.