ETV Bharat / state

ইটিভিৰ জৰিয়তে চৰকাৰলৈ আহ্বান দুটাকৈ পৰিয়ালৰ

author img

By

Published : Sep 10, 2020, 7:21 PM IST

লখিমপুৰ জিলাৰ ঘূণাসুঁতিৰ মাজচাপৰিৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত দৰিদ্ৰ পৰিয়ালৰ কৰুণ কাহিনী । ইটিভিৰ জৰিয়তে চৰকাৰলৈ আহ্বান ।

ইটিভিৰ জৰিয়তে চৰকাৰলৈ আহ্বান দুটাকৈ পৰিয়ালৰ
ইটিভিৰ জৰিয়তে চৰকাৰলৈ আহ্বান দুটাকৈ পৰিয়ালৰ

লখিমপুৰ, 10 ছেপ্তেম্বৰ : লখিমপুৰ জিলাৰ ঘূণাসুঁতিৰ মাজচাপৰিৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত দৰিদ্ৰ পৰিয়ালৰ কৰুণ কাহিনী । ইটিভিৰ জৰিয়তে চৰকাৰলৈ আহ্বান । লখিমপুৰ জিলাৰ ঘূণাসুঁতিৰ মাজচাপৰিৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত দৰিদ্ৰ পৰিয়ালৰ কৰুণ কাহিনী । জৰাজীৰ্ণ জুপুৰিত বাস কৰা পৰিয়ালটোৰ নাই কোনো অনাময় আঁচনিৰ শৌচাগাৰ । ঘূণাসুঁতি নিবাসী কুশল পায়েং আৰু কথাই পায়েঙৰ পৰিয়ালটোৱে আজি পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই কোনো চৰকাৰী আঁচনিৰ সুবিধা ।

যি সময়ত কেন্দ্রৰ লগতে ৰাজ্য চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজাই আহিছে সেই সময়তে উন্নয়নৰ প্ৰকৃত স্বৰূপ প্ৰকাশ পাইছে এই দৰিদ্ৰ পৰিয়ালটোৰ বাসগৃহৰ দুৰাৱস্থাই । দৰিদ্ৰ পৰিয়াল দুটাই লাভ নকৰিলে চৰকাৰী বাসগৃহ, অনাময় আঁচনি আদি কোনো ধৰণৰ সা সুবিধা । মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে বলৱৎ হোৱা লকডাউনৰ সময়ত সাহাৰ্য্যৰ নামত চৰকাৰে যোগান ধৰা চাউলখিনিৰ বাদে একোকে নাপালে পৰিয়ালটোৱে ।

কুশল পায়েং আৰু কথাই পায়েঙে পৰিয়াল দুটাই ইটিভি ভাৰতৰ জৰিয়তে অসম চৰকাৰলৈ বাসগৃহ,অনাময় আঁচনিৰ কাম কৰি দিবলৈ কাতৰ অনুৰোধ জনাইছে ।

লগতে পঢ়ক : বিটিচি নিৰ্বাচনৰ আগতীয়া ফলাফল দিলে হাগ্ৰামাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.