ETV Bharat / state

পাভৈ সংৰক্ষিত বনাঞ্চলত নিশা দুস্কৃতিকাৰীৰ তাণ্ডৱ

author img

By

Published : Sep 4, 2020, 4:33 PM IST

Updated : Sep 4, 2020, 5:33 PM IST

দুস্কৃতিকাৰীয়ে ধ্বংস কৰিলে পাভৈ সংৰক্ষিত বনাঞ্চলৰ পাভমুখ এলেকাত থকা খণ্ড বনানিকৰণ স্থলী ৷ ইতিমধ্যে আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱা পৰিলক্ষিত হৈছে ৷

Lakhimpur Pabho reserve forest destroyed by Miscreants
পাভৈ সংৰক্ষিত বনাঞ্চলত নিশা প্ৰায় এক কিল’মিটাৰ বেৰ ভাঙি লণ্ড-ভণ্ড দুস্কৃতিকাৰীৰ

লখিমপুৰ, 4 চেপ্তেম্বৰ : লখিমপুৰৰ পাভৈ সংৰক্ষিত বনাঞ্চলৰ পাভমুখ এলেকাস্থিত খণ্ড বনানিকৰণ স্থলী ধ্বংস কৰাৰ লগতে দুস্কৃতিকাৰীয়ে লুটি নিয়ে বেৰত নিৰ্মিত লোৰ সামগ্ৰী সমুহ ৷ উল্লেখ্য যে, অসম চৰকাৰৰ পৰিৱেশ আৰু বনবিভাগৰ কেম্পা(২০১৯-২০২০) আচঁনিৰ অধীনত ধেমাজীৰ কৰ্মজ্যোতি যুৱ নিৰ্মাণ সংস্থাই বনাঞ্চল খনৰ ৫০ হেক্টৰ ভূমিত বনানিকৰণৰ কাম অব্যাহত ৰাখিছিল ৷

কিন্তু বৃহস্পতিবাৰে নিশা পাভৈ সংৰক্ষিত বনাঞ্চলৰ খনৰ প্ৰায় এক কিল’মিটাৰ বেৰা ভাঙি লণ্ড-ভণ্ড কৰে দুৰ্বৃত্তই ৷ ইফালে নিৰ্মাণ কাৰ্যত জড়িত কৰ্মী সকলকো দুস্কৃতিকাৰীয়ে প্ৰাণনাশৰ ভাবুকি দিয়ে বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে উক্ত ঘটনাটোৰ বিৰুদ্ধে লখিমপুৰৰ উপায়ুক্তক গৰাকীক অভিযোগ দাখিল কৰে নিৰ্মাণকাৰী সংস্থাৰ লোক সকলে ৷

লগতে পঢ়ক- শিশু নির্যাতনকাৰী চিকিৎসক আৰু অধ্যক্ষাক গ্ৰেপ্তাৰত ব্যৰ্থ ডিব্ৰুগড় আৰক্ষী

Last Updated : Sep 4, 2020, 5:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.