লখিমপুৰ, 17 জুনঃ প্ৰথটো বানত লখিমপুৰ বিভীষিকা । বহু অঞ্চলত সোমাল নৈ ঢল । ৰঙানৈৰ বানে উটুৱাই নিলে দলং ৷ খাৰকাটিত হাহাকাৰ নৈ পৰীয়া ৰাইজৰ । শনিবাৰে নিশাৰে পৰা ধাৰাসাৰে বৰষুণৰ ফলত বাঢ়িছে নৈৰ জলপৃষ্ঠ লখিমপুৰৰ বিভিন্ন অঞ্চলৰ ক্ষতিসাধন কৰিলে বাৰিষাৰ প্ৰথমটো বানে । ৰঙানৈৰ বানত উটি গ'ল বালিগাও খাৰকাটি আদি বহুকেইখন গাঁও পানীগাৱৰ সৈতে সংযোগ কৰা একমাত্ৰ বাহৰ দলংখন । নৈৰ সোঁতৰ উটি গ'ল দলং খনৰ দুয়োটা মুৰ । প্ৰায় 10 খনতকৈ গাৱৰ ৰাইজ পাৰাপাৰ হোৱা দলংখন উটুৱাই নিয়াত হাহাকাৰ নৈ পৰীয়া ৰাইজৰ ।
উল্লেখ্য যে, বিগত অক্টোবৰ মাহত ৰাইজে গাঁঠিৰ ধন ভাঙি সাজি উলিয়াইছিল প্ৰায় 40 ফুট দৈঘ্যৰ দলংখন । বছৰ বছৰ ধৰি চৰকাৰ জনপ্ৰতিনিধিক অনুনয় বিনোনয় কৰিও ৰাইজে নাপালে ৰঙানদীৰ ওপৰত এখন স্থায়ী পকী দলং । যাৰ বাবে বাহৰ দলং সাজিয়েই যাতায়ত কৰিব লগা হৈছিল স্থানীয় ৰাইজ তথা শিক্ষাৰ্থী ৷ কিন্তু নৈৰ বানত সোমবাৰে বাহৰ দলংখন উটি যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ ৷
বছৰৰ প্ৰথমটো বানৰ কৱলত লখিমপুৰ, ৰঙানদীয়ে উটুৱাই নিলে দলং - ৰঙানৈ
ৰঙানৈৰ বানত উটি গ'ল বালিগাও খাৰকাটি আদি বহুকেইখন গাঁওক পানীগাৱৰ সৈতে সংযোগ কৰা একমাত্ৰ বাহৰ দলংখন । নৈৰ সোঁতৰ উটি গ'ল দলং খনৰ দুয়োটা মুৰ । প্ৰায় 10 খনতকৈ গাৱৰ ৰাইজ পাৰাপাৰ হোৱা দলংখন উটুৱাই নিয়াৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পৰীয়া ৰাইজৰ মাজত ৷
লখিমপুৰ, 17 জুনঃ প্ৰথটো বানত লখিমপুৰ বিভীষিকা । বহু অঞ্চলত সোমাল নৈ ঢল । ৰঙানৈৰ বানে উটুৱাই নিলে দলং ৷ খাৰকাটিত হাহাকাৰ নৈ পৰীয়া ৰাইজৰ । শনিবাৰে নিশাৰে পৰা ধাৰাসাৰে বৰষুণৰ ফলত বাঢ়িছে নৈৰ জলপৃষ্ঠ লখিমপুৰৰ বিভিন্ন অঞ্চলৰ ক্ষতিসাধন কৰিলে বাৰিষাৰ প্ৰথমটো বানে । ৰঙানৈৰ বানত উটি গ'ল বালিগাও খাৰকাটি আদি বহুকেইখন গাঁও পানীগাৱৰ সৈতে সংযোগ কৰা একমাত্ৰ বাহৰ দলংখন । নৈৰ সোঁতৰ উটি গ'ল দলং খনৰ দুয়োটা মুৰ । প্ৰায় 10 খনতকৈ গাৱৰ ৰাইজ পাৰাপাৰ হোৱা দলংখন উটুৱাই নিয়াত হাহাকাৰ নৈ পৰীয়া ৰাইজৰ ।
উল্লেখ্য যে, বিগত অক্টোবৰ মাহত ৰাইজে গাঁঠিৰ ধন ভাঙি সাজি উলিয়াইছিল প্ৰায় 40 ফুট দৈঘ্যৰ দলংখন । বছৰ বছৰ ধৰি চৰকাৰ জনপ্ৰতিনিধিক অনুনয় বিনোনয় কৰিও ৰাইজে নাপালে ৰঙানদীৰ ওপৰত এখন স্থায়ী পকী দলং । যাৰ বাবে বাহৰ দলং সাজিয়েই যাতায়ত কৰিব লগা হৈছিল স্থানীয় ৰাইজ তথা শিক্ষাৰ্থী ৷ কিন্তু নৈৰ বানত সোমবাৰে বাহৰ দলংখন উটি যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ ৷
GFX:প্ৰথটো বানত লখিমপুৰ বিভীষিকা।
GFX: বহু অঞ্চলত সোমাল নৈ ঢল।
GFX: ৰঙানদীৰা বানে উটুৱাই নিলে দলং
GFX: খাৰকাটিত হাহাকাৰ নৈ পৰীয়া ৰাইজৰ।
VO: শনিবাৰে নিশাৰে পৰা ধাৰাসাৰে বৰষুণৰ ফলত বাঢ়িছে নৈৰ জলপৃষ্ঠ লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলৰ ক্ষতিসাধন কৰিলে বাৰিষাৰ প্ৰথমটো বানে। ৰঙানদীৰ বানত উটি গল বালিগাও খাৰকাটি আদি বহকেইখন গাওঁ পানীগাৱৰ সৈতে সংযোগ কৰা একমাত্ৰ বাহৰ দলংখন। নৈৰ সোঁতৰ উটি গ'ল দলং খনৰ দুয়োটা মুৰ। প্ৰায় ১০ খনতকৈ গাৱৰ ৰাইজ পাৰাপাৰ হোৱা দলংখন উটুৱাই নিয়াত হাহাকাৰ নৈ পৰীয়া ৰাইজৰ।
উল্লেখ্য যে যোৱা অক্টোবৰ মাহত ৰাইজে গাঁঠিৰ ধন ভাঙি খৰালৈ পাৰাপাৰ হব পৰাকৈ সাজি উলিয়াইছিল প্ৰায় 40 ফুট দৈঘ্যৰ দলংখন। সোমবাৰে দুপৰীয়া ভাগত দলংখন উটুৱাই নিলে ৰঙানদীৰ বানে। বছৰ বছৰ ধৰি চৰকাৰ জনপ্ৰতিনিধিক অনুনয় বিনোনয় কৰিও ৰাইজে নাপালে ৰঙানদীৰ ওপৰত এখন স্থায়ী পকী দলং। যাৰ বাবে বাহৰ দলং সাজিয়েই যাতায়ত কৰিব লগা হৈছিল বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে নৈ পাৰৰ বাসিন্দা।
কিন্তু নৈ বানত বাহৰ দলংখন উটি যোৱাত এটিয়া হাহাকাৰ জনসাধাৰণৰ।
11 অক্টোবৰ 2018 ত বাতৰি কৰা হৈছিল।
FILE VISUAL আছে যদি লগাব পাৰে।