ETV Bharat / state

লখিমপুৰত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ - লখিমপুৰ আদিবাসী ছাত্ৰ সন্থা প্ৰতিবাদ

মঙলবাৰে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল হয় লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয় ৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগ আজি পৰ্যন্ত কোনো ধৰণৰ চৰকাৰী সুবিধা লাভ কৰা নাই চাহ শ্ৰমিকসকলে ৷

Lakhimpur Adibasi Student Union protest
লখিমপুৰত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ
author img

By

Published : Feb 4, 2020, 11:51 PM IST

লখিমপুৰ,4 ফেব্ৰুৱাৰীঃ মঙলবাৰে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল হয় লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয় ৷ চাহ জনগোষ্ঠীৰ জনজাতিকৰণ, মাটিৰ পত্তা প্ৰদান, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিকে ধৰি কেইবাটাও দাবীৰে বৃহৎ প্ৰতিবাদী সমদল উলিয়ায় আদিবাসী ছাত্ৰ সন্থাই ৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগ আজি পৰ্যন্ত কোনো ধৰণৰ চৰকাৰী সুবিধা লাভ কৰা নাই চাহ শ্ৰমিকসকলে ৷ সেয়েহে ২০২১ চনৰ নিৰ্বাচনৰ পূৰ্বে চৰকাৰক চাহ শ্ৰমিকৰ সকলো সমস্যা দূৰ কৰাৰ আহ্বান ছাত্ৰ সংগঠনটোৰ ৷

লখিমপুৰত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

লগতে পঢ়ক-সাহিত্য সভাৰ বাকৰিত মায়াৰাম তামুলী সাংবাদিক সন্মিলন

Intro:আদিবাসী ছাত্র সন্থাৰ প্ৰতিবাদত মঙ্গল বাৰে উত্তাল হল লখিমপুৰ জিলাৰ উপায়ুক্ত ৰ কাৰ্যালয়।Body:চাহ জনগোষ্ঠীক জনজাতি কৰণ, মাটিৰ পত্তা প্ৰদান কৰা, চাহ শ্ৰমিকৰ মজুৰী বৃদ্ধি কে ধৰি কেইবাটাও দাবীৰে বৃহদ প্ৰতিবাদী সমদল উপস্থিত হল উপায়ুক্ত কাৰ্যালয় ৰ সমুখত। আদিবাসী ছাত্ৰ সন্থাৰ অভিযোগ। চৰকাৰৰ কোনো সুবিধা পোৱা নাই চাহ জনগোষ্ঠী সকলে। সেয়েহে ২০২১ চনৰ নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকৰ সকলো সমস্যা দুৰ কৰক চৰকাৰে।Conclusion:অন্যথা নিৰ্বাচনৰ সময়ত ভোট বিছাৰি চাহ বাগান অঞ্চলত সোমোৱা বি জে পি পাৰ্থিক খেদি পঠোৱাৰ হুংকাৰ সংগঠণতোৰ।

RTP. formate
byte_ছাত্র নেতা আদিবাসী ছাত্র সন্থা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.