ETV Bharat / state

পদূলিমুখত হেঁপাহৰ ৰঙালী : ঢোল-পেঁপাৰ মাতত মুখৰিত ঢকুৱাখনা - dhakuakhana

ৰঙালীকলৈ এতিয়া ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি ৷ ঢকুৱাখানাৰ ঘৰে ঘৰে জীয়ৰী-বোৱাৰীয়ে অন্তহীন ব্যস্ততাৰে বিহুৰ প্ৰস্তুতি চলোৱাৰ সমান্তৰালভাৱে কণ কণ শিশু হতেও আৰম্ভ কৰিছে বিহুৰ অনুশীলন ৷

ঢোল-পেঁপাৰ মাতত মুখৰিত ঢকুৱাখানা
author img

By

Published : Apr 4, 2019, 10:24 AM IST

ঢকুৱাখনা , 04 এপ্ৰিল : পদূলি মুখত হেঁপাহৰ ৰঙালী বিহুটি ৷ বাপতি সাহোন ৰঙালীকলৈ এতিয়া ৰাজ্য জুৰি চলিছে ব্যাপক প্ৰস্তুতি ৷ এই ক্ষেত্ৰত পিচ পৰি ৰোৱা নাই ঢকুৱাখনা ৷ ঢকুৱাখনাৰ ঘৰে ঘৰে জীয়ৰী-বোৱাৰীয়ে অন্তহীন ব্যস্ততাৰে বিহুৰ প্ৰস্তুতি চলোৱাৰ সমান্তৰালভাৱে কণ কণ শিশু হতেও আৰম্ভ কৰিছে বিহুৰ অনুশীলন ৷

পদূলিমুখত হেঁপাহৰ ৰঙালী

বিহুৰ অনুশীলনত এতিয়াঢোল , টকা , পেঁপা আৰু গগণাৰ মাতত মুখৰিত হৈছে ঢকুৱাখনাৰ আকাশ-বতাহ ৷ আন আন ঠাইৰ দৰে ঢকুৱাখনাৰ ঘিলামৰাৰ ফুকন গাৱঁৰ শিশু হতে ঘৰৰ চোতালতে আৰম্ভ কৰিছে বিহুৰ অনুশীলন ৷ ৰামধেনু বিহু দল নাম দি বিহুৰ অনুশীলন আৰম্ভ কৰা এই দলটিয়ে বিহুত পৰম্পৰা অনুসৰি ঘৰে ঘৰে হুঁচৰি গাব । একেদৰে ফাটবিহুকে ধৰি ঢকুৱাখনা-ধেমাজি আৰু লখিমপুৰৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত বিহুৰ প্ৰতিযোগিতা সমূহত ভাগ ল'ব এই বিহু দলটোৱে ।

Intro:পদূলি মুখত হেঁপাহৰ ৰঙালী।বাপতি সাহোন ৰঙালীক লৈ এতিয়া ৰাজ্য জুৰি চলিছে ব্যাপক প্ৰস্তুতি।এইক্ষেত্ৰত পিছপৰি থকা নাই ঢকুৱাখনা।ঢকুৱাখনাৰ ঘৰে ঘৰে জীয়ৰী-বোৱাৰীয়ে অন্তহীন ব্যস্ততাৰে বিহুৰ প্ৰস্তুতি চলোৱাৰ সমান্তৰাল ভাৱে কণ কণ শিশু হতেও আৰম্ভ কৰিছে বিহুৰ অনুশীলন।Body: ঢকুৱাখনা:বাপতি সাহোন হেঁপাহৰ ৰঙালীক লৈ ঢোল,টকা,পেঁপা আৰু গগনাৰ মাতত মুখৰিত হৈছে ৰাজ্যৰ চৌদিশ।একেদৰে বিহুৰ অনুশীলনৰ ঢোল,টকা,পেঁপা আৰু গগনাৰ মাতে মুখৰিত কৰিছে ঢকুৱাখনাৰ আকাশ-বতাহ।আন আন ঠাইৰ দৰে ঢকুৱাখনাৰ ঘিলামৰাৰ ফুকন গাঁৱৰ শিশু হতে এইদৰে ঘৰৰ চোতালতে আৰম্ভ কৰিছে বিহুৰ অনুশীলন।ৰামধেনু বিহু দল নাম দি বিহুৰ অনুশীলন আৰম্ভ কৰা এই দলটিয়ে বিহুত পৰম্পৰা অনুসৰি ঘৰে ঘৰে হুঁচৰি গাব।একেদৰে ফাটবিহু কে ধৰি ঢকুৱাখনা-ধেমাজি আৰু লখিমপুৰ ৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত বিহুৰ প্ৰতিযোগিতা সমূহত ভাগ লব।সেয়ে এতিয়া এমাহৰ পূৰ্বৰে দলটিয়ে আৰম্ভ কৰিছে বিহুৰ অনুশীলন।Conclusion:Byte:বিহুৱা।
দীপৰঞ্জন চমুৱা, ঢকুৱাখনা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.