লখিমপুৰ,17জুলাইঃ
- লখিমপুৰৰ ফতেহপুৰত ভয়ংকৰ ঘটনা
- একেটা পৰিয়ালৰ চাৰি সদস্যক নৃশংস আক্ৰমণ
- স্বামী জামাল উদ্দিনৰ আক্ৰমণত থিতাতে নিহত পত্নী নাচিমা বেগম
- ঘটনাত গুৰুতৰভাৱে আহত শহুৰ নচেদ আলী,শাহু ছুফিয়া খাতুন আৰু কন্যা শ্বাহিদা বেগম
- আটাইকেইজনক সংকটজনক অৱস্থাত উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি
- হত্যাকাৰী জামাল উদ্দিনক আটক আৰক্ষীৰ
- দীৰ্ঘদিন ধৰি পত্নী ফতেহপুৰৰ পিতৃৰ গৃহত আছিল
- ধৃত জামালে নিশা পত্নীক নিবলৈ উপস্থিত হৈয়ে সংঘটিত কৰে এই ভয়ংকৰ ঘটনালখিমপুৰত স্বামীয়ে প্ৰাণ ল'লে পত্নীৰ