ETV Bharat / state

কাইলৈৰ পৰা আৰম্ভ ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু

ঢোল-পেঁপা আৰু বিহু গীতৰ সুৰৰে মুখৰিত ঢকুৱাখনাৰ আকাশ-বতাহ ৷ সকলোৰে বহু প্ৰত্যাশিত ফাট বিহুৰ বাবে আটক-ধুনীয়াকৈ সজাই তোলা হৈছে চাৰিকড়িয়া নৈৰ পাৰ ৷

author img

By

Published : May 9, 2019, 11:36 AM IST

etv bharat

ঢকুৱাখনা, 9 মে’: ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰত শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ফাটবিহু ৷ বছৰ বছৰ ধৰি পালন কৰি অহা ঐতিহ্যমণ্ডিত ফাট বিহুলৈ ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা লোক আহি উপভোগ কৰেহি বিহু অনুষ্ঠান ৷ শিচু গছেৰে ভৰপূৰ চাৰিকড়িয়া নৈৰ পাৰৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজতে প্ৰত্যেক বছৰে উদ্​যাপন কৰা এই অনুষ্ঠানৰ বাবে এতিয়া বিহু আখৰাত ব্যস্ত বিহুৱতী নাচনীসকলো ৷ ম’হঘূলি চাপৰিৰো প্ৰতিজোপা গছত ৰং তুলিকা বুলাই আটক-ধুনীয়াকৈ সজাই তুলিছে আয়োজকসকলে ৷ ঢোল-পেঁপা আৰু বিহু গীতৰ সুৰেৰে মুখৰিত হৈ উঠিছে এতিয়া ম’হঘূলি চাপৰি ৷

কাইলৈৰ পৰা আৰম্ভ ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত ফাটবিহু

Intro:কাইলৈৰ পৰা ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰৰ শিচু গছৰৰে ভৰপুৰ ম'হঘূলি চাপৰিৰ প্ৰাকৃতিক পৰিৱেশত
তিনিদিনিয়াকৈ অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত ফাটবিহু। মাজত মাথোঁ কেইটামান মুহূৰ্তত বাকী। ফাটবিহুৰ তলী এতিয়া ঢোল-পেঁপা,বিহু গীতৰ সুৰেৰে ৰজনজনাই উঠিছে। ম'হঘূলি চাপৰিৰ প্ৰতিজোপা গছ,বিহুৰ মঞ্চ ৰং-তেল সানি সজাই তোলা হৈছে। ফাটবিহুৰ তলীত পূৰ্ণগতিত বিহুৰ আখৰা চলিছে ঢকুৱাখনীয়া গাভৰুৰ ।Body:কাইলৈৰ পৰা ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰৰ শিচু গছৰৰে ভৰপুৰ ম'হঘূলি চাপৰিৰ প্ৰাকৃতিক পৰিৱেশত
তিনিদিনিয়াকৈ অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত ফাটবিহু। মাজত মাথোঁ কেইটামান মুহূৰ্তত বাকী। ফাটবিহুৰ তলী এতিয়া ঢোল-পেঁপা,বিহু গীতৰ সুৰেৰে ৰজনজনাই উঠিছে। ম'হঘূলি চাপৰিৰ প্ৰতিজোপা গছ,বিহুৰ মঞ্চ ৰং-তেল সানি সজাই তোলা হৈছে। ফাটবিহুৰ তলীত পূৰ্ণগতিত বিহুৰ আখৰা চলিছে ঢকুৱাখনীয়া গাভৰুৰ ।Conclusion:Byte:বিহুৱতী।

দীপৰঞ্জন চমুৱা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.