ETV Bharat / state

শিক্ষাবিদ, প্ৰবক্তা যোগেন তামুলীৰ মৃত্যু - শিক্ষাবিদ, প্ৰবক্তা যোগেন তামুলীৰ মৃত্যু

অসমীয়া ভাষা সাহিত্যৰ গবেষক,মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা যোগেন তামুলীৰ মৃত্যু ৷ যোৱা ১৪ ছেপ্তেম্বৰত ঘৰৰ বাথৰুমত পৰি মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছিল অসমীয়া ভাষা-সাহিত্যৰ অন্যতম কাণ্ডাৰীজন ৷

শিক্ষাবিদ, প্ৰৱক্তা যোগেন তামুলীৰ মৃত্যু
author img

By

Published : Oct 22, 2019, 9:24 PM IST

বিহপুৰীয়া, 22 অক্টোবৰঃ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক,শিক্ষাবিদ,অসমীয়া ভাষা সাহিত্যৰ গৱেষক যোগেন তামুলীৰ দেহাৱসান ৷ যোৱা ১৪ ছেপ্তেম্বৰত ঘৰৰ বাথৰুমত পৰি মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছিল অসমীয়া ভাষা-সাহিত্যৰ অন্যতম কাণ্ডাৰীজন ৷ কিন্তু মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় অধ্যাপক,শিক্ষাবিদগৰাকীৰ ৷ অধ্যাপকগৰাকীৰ মৃত্যুত নাৰায়ণপুৰৰ বাসগৃহত শোকৰ ছাঁ পৰাৰ লগতে সমগ্ৰ নাৰায়ণপুৰতে লগতে বিৰাজ কৰিছে শোকাকুল পৰিৱেশে ৷ মৃত্যুৰ সময়ত শিক্ষাবিদজনে পত্নীসহ দুই কন্যাক এৰি থৈ যায় ৷

Intro:মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, শিক্ষাবিদ, অসমীয়া ভাষা সাহিত্যৰ গবেষক যোগেন তামুলীৰ (৫০) দেহাৱসান ৷ যোৱা ১৪ ছেপ্তেম্বৰত ঘৰৰ বাথৰুমত পৰি মুৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছিল অসমীয়া ভাষা-সাহিত্যৰ অন্যতম কাণ্ডাৰীজন ৷ দিনৰ ১২:৩০ বজাত গুৱাহাটীৰ GMCHত মৃত্যু হয় ৷ অধ্যাপকগৰাকীৰ মৃত্যুত নাৰায়ণপুৰৰ বাসগৃহত শোকৰ ছাঁ পৰাৰ লগতে সমগ্ৰ নাৰায়ণপুৰতে লগতে বিৰাজ কৰিছে শোকাকুল পৰিবেশে৷ মৃত্যুৰ সময়ত শিক্ষাবিদজনে পত্নীসহ দুই কন্যাক এৰি থৈ যায়৷Body:মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, শিক্ষাবিদ, অসমীয়া ভাষা সাহিত্যৰ গবেষক যোগেন তামুলীৰ (৫০) দেহাৱসান ৷ যোৱা ১৪ ছেপ্তেম্বৰত ঘৰৰ বাথৰুমত পৰি মুৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছিল অসমীয়া ভাষা-সাহিত্যৰ অন্যতম কাণ্ডাৰীজন ৷ দিনৰ ১২:৩০ বজাত গুৱাহাটীৰ GMCHত মৃত্যু হয় ৷ অধ্যাপকগৰাকীৰ মৃত্যুত নাৰায়ণপুৰৰ বাসগৃহত শোকৰ ছাঁ পৰাৰ লগতে সমগ্ৰ নাৰায়ণপুৰতে লগতে বিৰাজ কৰিছে শোকাকুল পৰিবেশে৷ মৃত্যুৰ সময়ত শিক্ষাবিদজনে পত্নীসহ দুই কন্যাক এৰি থৈ যায়৷Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.