ETV Bharat / state

বিহপুৰীয়াত বৰদিনৰ প্ৰাকমুহূৰ্তত নকল সোণৰ মূৰ্তিসহ আটক তিনিজন - নকল সোণৰ মূৰ্তি

বিহপুৰীয়াত নকল সোণৰ মূৰ্তি সহ আটক হয় তিনিজন ব্যক্তি ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ উদ্ধাৰ হোৱা নকল সোণৰ মূৰ্তিটো আছিল ভগৱান যীশুৰ ৷

নকল সোণৰ মূৰ্তিটো আছিল ভগৱান যীশুৰ
বিহপুৰীয়াত বৰদিনৰ প্ৰাকমুহূৰ্তত নকল সোণৰ মূৰ্তিসহ আটক তিনি
author img

By

Published : Dec 24, 2019, 11:57 PM IST

লখিমপুৰ,24 ডিচেম্বৰঃ বৰদিনৰ প্ৰাকমুহুৰ্তত লখিমপুৰত উদ্ধাৰ নকল সোণৰ মূৰ্তি ৷ জিলাখনৰ বিহপুৰীয়াত উদ্ধাৰ হয় এই মূৰ্তিটো । ইয়াৰ লগত জড়িত তিনি অসাধু ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বিহপুৰীয়া আৰক্ষী । মঙ্গলবাৰে আৰক্ষীৰ তালাচীত এখন গাড়ীৰ পৰা উদ্ধাৰ হয় মূৰ্তিটো ।

বিহপুৰীয়াত বৰদিনৰ প্ৰাকমুহূৰ্তত নকল সোণৰ মূৰ্তিসহ আটক তিনি

ধৃত ব্যৱসায়ীৰ দলটোৱে ঝাৰখণ্ডৰ অন্য এটা দলক নাৰায়ণপুৰত মূৰ্তিটো দেখুৱাই ঘুৰি অহাৰ পথৰ আৰক্ষীৰ জালত পৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । উদ্ধাৰ হোৱা নকল সোণৰ মূৰ্তিটো আছিল ভগৱান যীশুৰ ৷ লগতে তিনিটাকৈ ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

লগতে চাওকঃৰাষ্ট্ৰীয় এৱাৰ্ডেৰে সন্মানিত বলীউডৰ অক্ষয় , বিকি আৰু আয়ুষ্মান

Intro:কালিলৈ পবিত্ৰ বৰদিন। বৰদিনৰ প্ৰাক মুহূৰ্তত লখিমপুৰ বিহপুৰীয়াত ওলাল সোণৰ যীশুৰ মূৰ্তি।

Body:কিন্তু প্ৰকৃত সোণৰ নহয় । নকল সোণৰ মূৰ্তি সহ তিনি অসাধু ব্যৱসায়িক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বিহপুৰীয়া আৰক্ষী। মঙ্গল বাৰে বিহপুৰীয়া আৰক্ষী ৰ নাকাত এখন গাড়ীৰ পৰা উদ্ধাৰ হয় মূৰ্তিটো। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হাচিনুৰ ৰহমান, মহিদুল ইছলাম, হাচিনুৰ ৰহমান ক।

Conclusion:ঝাড়খণ্ডৰ এটা দলক নাৰায়ণ পুৰত সোণৰ মূৰ্তি দেখুৱাই ঘুৰি অহা পথৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিওকে। আৰক্ষীয়ে তিনি ব্যৱসায়িক সোধা পোছা অব্যাহত ৰখি তদন্ত অব্যাহত ৰাখিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.