ETV Bharat / state

লখিমপুৰত চিকিৎসকৰ ধৰ্মঘটঃ ৰোগীৰ হাহাকাৰ - hospital

চিকিৎসকৰ ধৰ্মঘটৰ ফলত ৰোগীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷ বিভিন্ন স্থানৰ পৰা চিকিৎসাৰ বাবে অহা ৰোগীসকলে চিকিৎসক নথকাৰ ফলত বহু সময় অপেক্ষা কৰিবলগীয়া হয় ৷

ধৰ্মঘটত বহিল সকলো চিকিৎসক
author img

By

Published : Jun 17, 2019, 11:31 AM IST

লখিমপুৰ , ১৭ জুন : সমগ্ৰ দেশৰ লগতে লখিমপুৰৰ অসামৰিক চিকিৎসালয়ত সৰ্বভাৰতীয় চিকিৎসা সেৱা সন্থাই আহ্বান জনোৱা দুঘন্টীয়া ধৰ্মঘট কাৰ্যসূচীৰ প্ৰভাৱ পৰিলক্ষিত হ'ল । চিকিৎসকসকলে কৰ্মবিৰতি পালনেৰে চিকিৎসকৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ধৰ্মঘটত বহিল সকলো চিকিৎসক

ইপিনে চিকিৎসকৰ ধৰ্মঘটৰ ফলত ৰোগীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷ বিভিন্ন স্থানৰ পৰা চিকিৎসাৰ বাবে অহা ৰোগীসকলে চিকিৎসক নথকাৰ ফলত বহু সময় অপেক্ষা কৰিবলগীয়া হয় ৷

সৰ্বভাৰতীয় চিকিৎসা সেৱা সন্থাই আহ্বান জনোৱা দুঘন্টিয়া ধৰ্মঘট কাৰ্যসূচীৰ প্ৰভাৱ পৰিল লখিমপুৰ অসামৰিক চিকিৎসালয়লত। ডিঙিত ঠেচিছকোপ লৈ ৰোগীৰ কাষত নহয়  ধৰ্মঘটত সকলো চিকিৎসক। চিকিৎসকৰ দাবী বিভিন্ন সময়ত চিকিৎসকৰ ওপৰত চলা নিৰ্যাতন বন্ধ কৰক চৰকাৰে। চিকিৎসকৰ ধৰ্মঘটত বহি বিভাগ বন্ধ হৈ পৰাত হাহাকাৰ লাগিল ৰোগীৰ। 

Sent from my Samsung Galaxy smartphone.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.