ETV Bharat / state

অতুল বৰাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি কোষৰ গোচৰ

author img

By

Published : Mar 25, 2021, 10:18 PM IST

নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা অভিযোগত অভিযুক্ত হ'ল অগপৰ সভাপতি অতুল বৰা ৷ লখিমপুৰত অগপৰ সভাপতি অতুল বৰাৰ বিৰুদ্ধে গোচৰ তৰিছে অতিৰিক্ত উপায়ুক্ত তথা নিৰ্বাচনী আচৰণ বিধি কোষৰ বিষয়াই ।

লখিমপুৰত অগপৰ সভাপতি অতুল বৰাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি কোষৰ গোচৰ

লখিমপুৰ,25 মাৰ্চ: নিৰ্বাচনী আচৰত বিধি উলংঘা কৰা অভিযোগত অভিযুক্ত হ'ল অগপৰ সভাপতি অতুল বৰা ৷ জানিব পৰা মতে লখিমপুৰত অগপৰ সভাপতি অতুল বৰাৰ বিৰুদ্ধে গোচৰ তৰিছে অতিৰিক্ত উপায়ুক্ত তথা নিৰ্বাচনী আচৰণ বিধি কোষৰ বিষয়াই ।

উল্লেখ্য যে, যোৱা ২২ মাৰ্চত লখিমপুৰৰ নাওবৈচা সমষ্টিৰ যুৱ নগৰ হাইস্কুল খেলপথাৰত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত নিৰ্বাচনী বিধি উলংঘা কৰি অতুল বৰাই দিছিল ভাষণ । সভাপতি বৰাই দলীয় প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ হৈ চলাইছিল প্ৰচাৰ । উক্ত প্ৰচাৰ সভাত অতুল বৰাই ইভিএমত কোনে কাক ভোট দিয়ে সকলো জনা যায় বুলি মন্তব্য প্ৰকাশ কৰিছিল অতুল বৰাই ৷

লগতে পঢ়ক: ৰকিবুল হুছেইনৰ ভেটিত শক্তি প্ৰদৰ্শন অনিল শইকীয়াৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.