ETV Bharat / state

লখিমপুৰত ব্যতিক্ৰমী প্ৰতিশ্ৰুতিৰে মনোনয়ন পত্ৰ দাখিল এগৰাকী প্ৰাৰ্থীৰ

পূজাৰী, নামঘৰীয়া, মৌলানাক চৰকাৰী দৰমহা দিয়াৰ প্ৰতিশ্ৰুতি

লখিমপুৰত সমস্যা সমাধানৰ বাবে আহি আছে মৌলানা
author img

By

Published : Mar 25, 2019, 4:57 PM IST

লখিমপুৰ, ২৫ মাৰ্চঃ ১১ এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন । অন্তিম দিনৰ দিনাই লখিমপুৰ লোকসভা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাই আহিল উবেদুৰ ৰহমান কাচিমি নামৰ এগৰাকী মৌলানা । নতুনকৈ আত্মপ্ৰকাশ কৰা অসম জন মৰ্চা নামৰ এটা আঞ্চলিক দলৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াব উবেদুৰ ৰহমান কাচিমিয়ে ।

লখিমপুৰত সমস্যা সমাধানৰ বাবে আহি আছে মৌলানা

কিন্তু আন প্ৰতিদ্বন্দীৰ বিপৰীতে সাংসদ হিচাপে কিছু ব্যতিক্ৰমী প্ৰতিশ্ৰুতি লৈ আগবাঢ়ি আহিছেমৌলানা গৰাকী। সকলোৰে লগতে পূজাৰী, নামঘৰীয়াৰো চৰকাৰী দৰমহা হ'ব লাগে বুলি দাবী কৰি এই সমস্যা সমাধানৰ পিচতহে আন সমস্যাক গুৰুত্ব দিব বুলি উল্লেখ কৰে মৌলানা গৰাকীয়ে ।
কেৱল সেয়াই নহয়, আঞ্চলিকতাবাদত বিশ্বাসীৰ ভোট নিশ্চিতবুলি উল্লেখ কৰি বিপুল ভোটত জয়ী হোৱাৰ আশাৰেসোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰিলে মৌলানা কাচিমিয়ে ।

Intro:১১ এপ্ৰিল ত হৱ।লগিয়া প্ৰথম পৰ্যায়ত লোকসভা নিৰ্বাচনৰ আজি মনোনয়ন পত্ৰ দাখিল ৰ অন্তিম দিন। লখিমপুৰ মনোনয়ন দিবলৈ আহিল এজন মৌলানা। কিন্তু মৌলানাই দেখা পোৱা সমস্যা আন কাৰোৰে চকুত নপৰা

Body:এওৰ নাম মৌলানা উবেদুৰ ৰহমান কাচিমি। লখিমপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচন প্ৰতিদণ্ডি তেও। নতুন কৈ আত্মপ্ৰকাশ কৰা অসম জন।মৰ্চাৰ পৰা প্ৰতিদণ্ডিতা আগ বঢ়াইছে কাচিমিয়ে। কিন্তু সাংসদ হৈ কি কৰিব শুনক কাচিমিৰ মুখেৰে।
বাইট:
হয়টো মৌলানা, পূজাৰী নামঘৰীয়াৰ চৰকাৰী দৰমহা হব লাগে। এই সমস্যা সমাধান পিছত হে গুৰুত্ব দিব আন সমস্যা লৈ।
বাইট:
কাচিমিৰ মতে তেওৰ মুল প্ৰতিদণ্ডি হব বি জেপি। আঞ্চলিক দল বুলিবলে অসমত আছে কেৱল জনতা যুৱ মৰ্চা। গতিকে আঞ্চলিক তা বাদক বিচৰা সকলোৱে ভোট দিব তেওক। কংগ্ৰেছ তেওৰ বাবে কোনো ফেক্তৰ নহয়।
বাইট:

Conclusion:বিপুল ভোটত জয়ী হোৱাৰ আশা লৈ সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰিলে মৌলানা কাচিমি য়ে। মৌলানাৰ কথাত মাত হেৰাল সমৰ্থকৰ।

লখিমপুৰ পৰা নীলপৱন সভাপণ্ডিত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.