ETV Bharat / state

বগীনদীৰ সোণোৱাল কছাৰীৰ বহুৱা বিহু - assam news

গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ বহুৱা বিহুৰে ৰাজহুৱা নামঘৰত সেৱা জনাই বছৰটোৰ বাবে সামৰণি মাৰিলে বিহুৰ ৷

বগীনদীৰ সোণোৱাল কছাৰীৰ বহুৱা বিহু
author img

By

Published : Apr 26, 2019, 1:45 AM IST

লখিমপুৰ, 25 এপ্ৰিলঃ লখিমপুৰ বগীনদীৰ সোণোৱাল কছাৰীসকলে বু্​ধবাৰে বহুৱা বিহুৰে অন্ত পেলালে ৰঙালী উৎসৱৰ ৷ গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ বহুৱা বিহুৰে ৰাজহুৱা নামঘৰত সেৱা জনাই বছৰটোৰ বাবে সামৰণি মাৰিলে বিহুৰ ৷ বহুৱা বিহুৰে গাঁৱৰ অপায় অমংগল দূৰ হোৱাৰ বাবে নামঘৰৰ আশীৰ্বাদ ললে স্থানীয় ৰাইজে ৷

গৰুৰ বিহুৰে আৰম্ভ হোৱা ৰঙালী বিহু লখিমপুৰ বগীনদীৰ সোনোৱাল কচাৰী সকলে সামৰণি পেলালে বুধবাৰে। গাগলদুবীৰ ৰাইজে বহুৱা বিহুৰে অন্ত পেলালে বিহু। গাঁৱৰ ইমূৰৰ পৰা সিমুৰলৈ বহুৱা বিহুৰে ৰাজহুৱা নামঘৰত সেৱা জনাই বছৰটোৰ বাবে সামৰণি মাৰিলে বিহু। আজিৰে পৰা ঢোলত চাপৰ নিদিয়ে সোনোৱাল সকলে। বহুৱা বিহুৰে গাৱৰ অপায় অমংগল দুৰ হোৱাৰ বাবে নামঘৰৰ আষিৰ্বাদ ললে সকলোৱে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.