ETV Bharat / state

Bridge will hit the theatre on 4th February : চাৰি ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব ব্ৰিজ - Bridge produced by Kripal Kalita

মুক্তিৰ পূৰ্বেই দহটাকৈ ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱা ছবি ব্ৰিজ (Bridge) ৰ প্ৰচাৰ অভিযান আৰম্ভ ৷ পৰিচালকসহ সকলো কলা-কুশলী ছবিখনক লৈ হৈ পৰিছে আশাবাদী ৷ 4 ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব ছবিখনে (Bridge will hit the theatre on 4th February) ৷

assamese movie bridge
চাৰি ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব ‘ব্ৰীজ’চাৰি ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব ‘ব্ৰীজ’
author img

By

Published : Dec 30, 2021, 10:03 AM IST

বিহপুৰীয়া, 30 ডিচেম্বৰ : 4 ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব (Bridge will hit the theatre on 4th February) নতুন অসমীয়া ছবি ব্ৰিজ ৷ কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত ছবি ব্ৰিজে মুক্তিৰ পূৰ্বেই লাভ কৰিছে প্ৰচুৰ সমাদৰ ৷ দহটাকৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছে ‘ব্ৰিজ’ ৷ 2020 চনৰ 51 সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI) বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবি হিচাপে পৰিগণিত হৈছে ব্ৰিজ ৷

4 ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব ব্ৰিজ

ভাৰতৰ পৰা অস্কাৰৰ বাচনিৰ তালিকাতো অন্তৰ্ভূক্ত হৈছিল ছবিখন ৷ ইতিমধ্যে ছবিখনৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে পৰিচালককে ধৰি ছবিখনত জড়িত প্ৰতিগৰাকী শিল্পী তথা কলা-কুশলীয়ে ৷

assamese movie bridge
ব্ৰিজৰ প্ৰচাৰ অভিযান আৰম্ভ

তেওঁলোক আশাবাদী অসমৰ চলচিত্ৰপ্ৰেমী ৰাইজক লৈ ৷ ছবিখনৰ সফলতা দৰ্শকেই নিৰ্ধাৰণ কৰিব বুলি পৰিচালক কৃপাল কলিতাই সদৰী কৰে ৷ তদুপৰি বহুদিনৰ বিৰতিৰ মূৰকত মুক্তি লাভ কৰিবলগীয়া ছবিখন উপভোগ কৰিবলৈ অসমবাসীক ছবিগৃহলৈ আহিবলৈ অনুৰোধ জনাইছে পৰিচালকগৰাকীয়ে ৷

assamese movie bridge
ব্ৰিজৰ প্ৰচাৰ অভিযান আৰম্ভ

লগতে পঢ়ক: 83 ৰ প্ৰশংসাত পঞ্চমুখ চুপাৰষ্টাৰ ৰজনীকান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.