ETV Bharat / state

অচ্যুৎ শইকীয়াৰ প্ৰশ্ন : অগপলৈ টকা ক'ৰ পৰা আহে ? - অসম গণ পৰিষদ

দেওবাৰে সাংবাদিক সম্বোধন কৰি অসম গণ পৰিষদক কটাক্ষ কৰিলে অসম জাতীয় পৰিষদৰ সাংগঠনিক সম্পাদক অচ্যুৎ শইকীয়াই ৷ তেওঁ অগপৰ সভাপতি অতুল বৰাক লক্ষ্য কৰি কয়, সমষ্টিহীন অতুল বৰা ৷ অতুল বৰাৰ 21’ ৰ নিৰ্বাচনী অংকত অজন্তা নেওগে খেলি মেলি লগালে বুলি মন্তব্য প্ৰকাশ কৰে AJP ৰ নেতা শইকীয়াই ৷

ajp-leader-questioned-atul-bora
অচ্যুৎ শইকীয়াৰ প্ৰশ্ন : অগপলৈ টকা ক'ৰ পৰা আহে ?
author img

By

Published : Jan 10, 2021, 8:23 PM IST

বিহপুৰীয়া, 10 জানুৱাৰী : নিৰ্বাচন আহিলেই অসম গণ পৰিষদৰ নেতা সকলৰ চেহেৰা ৰঙীণ হৈ পৰে ৷ অগপৰ সাংগঠনিক ক্ষেত্ৰলৈ ক'ৰ পাৰ টকা আহে ? দেওবাৰে সাংবাদিক সম্বোধন কৰি এইদৰে অসম গণ পৰিষদক কটাক্ষ কৰিলে অসম জাতীয় পৰিষদৰ সাংগঠনিক সম্পাদক অচ্যুৎ শইকীয়াই ৷

অচ্যুৎ শইকীয়াৰ প্ৰশ্ন : অগপলৈ টকা ক'ৰ পৰা আহে ?

তেওঁ অগপৰ সভাপতি অতুল বৰাক লক্ষ্য কৰি কয়, সমষ্টিহীন অতুল বৰা ৷ অতুল বৰাৰ 21 ৰ নিৰ্বাচনী অংকত অজন্তা নেওগে খেলি মেলি লগালে বুলি মন্তব্য প্ৰকাশ কৰে AJP ৰ নেতা শইকীয়াই ৷ ইয়াৰ সমান্তৰালভাৱে কা' আন্দোলনৰ সময়ত মন্ত্ৰীত্ব ত্যাগ কৰি তিনি মাহ ধৰি মন্ত্ৰীত্ব পৰা আঁতৰত আছিল অতুল বৰা ৷ মন্ত্ৰীত্ব পৰা আঁতৰত থকা সময়ছোৱাত অতুল বৰাই দৰমহা লৈছিল নে বুলিও প্ৰশ্ন উত্থাপন কৰে অচ্যুৎ শইকীয়াই ৷

লগতে পঢ়ক :এছ আই কেলেংকাৰী সন্দৰ্ভত মুখ্য সচিবক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.