ETV Bharat / state

কচুগাঁৱত জব্দ হয় এখন দহচকীয়া শাল কাঠৰ কুণ্ডা ভৰ্তি ট্ৰাক - কচুগাঁও ৰেঞ্জ

কচুগাঁও ৰেঞ্জত বন বিভাগে অভিযান চলায় ৷ এই অভিযানত জব্দ হয় এখন দহচকীয়া শাল কাঠৰ কুণ্ডা ভৰ্তি ট্ৰাক ৷ উল্লেখ্য যে, জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য তেৰ লাখ টকা হ’ব বুলি বিভাগীয় সূত্ৰত প্ৰকাশ পাইছে ৷

কচুগাঁৱত জব্দ হয় এখন দহচকীয়া শাল কাঠৰ কুণ্ডা ভৰ্তি  ট্ৰাক

author img

By

Published : Oct 30, 2020, 9:59 PM IST

কোকৰাঝাৰ,30 অক্টোবৰ : ধ্বংসৰ গৰাহলৈ গতি কৰিছে ইতিহাস প্ৰসিদ্ধ কচুগাঁও বনাঞ্চল ৷ কচুগাঁও বনাঞ্চলত বৃদ্ধি পাইছে বন ধ্বংস জজ্ঞ ৷ শুকুৰবাৰে কচুগাঁও ৰেঞ্জত বন বিভাগে অভিযান চলায় ৷ কচুগাওঁ বন সংমণ্ডল, এছ এছ বি, আৰু এণ্টি কৰাপ্ছন এণ্ড ক্ৰাইম ইনভেচটিগেচনৰ যৌথ উদ্যোগত চলিছিল এই অভিযান ৷

কচুগাঁৱত জব্দ হয় এখন দহচকীয়া শাল কাঠৰ কুণ্ডা ভৰ্তি  ট্ৰাক
কচুগাঁৱত জব্দ হয় এখন দহচকীয়া শাল কাঠৰ কুণ্ডা ভৰ্তি ট্ৰাক

এই অভিযানত জব্দ হয় এখন দহচকীয়া শাল কাঠৰ কুণ্ডা ভৰ্তি ট্ৰাক ৷ উল্লেখ্য যে, জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য তেৰ লাখ টকা হ’ব বুলি বিভাগীয় সূত্ৰত প্ৰকাশ পাইছে ৷

লগতে পঢ়ক: মাঞ্জা আৰক্ষীৰ জালত চাৰি আন্তঃৰাজ্যিক গাড়ী চোৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.