ETV Bharat / state

কোকৰাঝাৰত পুনৰ ক'ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু দুজনৰ - কোকৰাঝাৰৰ উপায়ুক্ত ভাস্কৰ ফুকন

কোকৰাঝাৰত পুনৰ ক'ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু দুজনৰ ৷ মৃত লোক দুজন ক্ৰমে ৰাজু কুমাৰ (45) আৰু আব্দুল জলিল (35) ৷

ৰাজু কুমাৰ (45) আৰু আব্দুল জলিল (35)
কোকৰাঝাৰত পুনৰ ক'ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু দুজনৰ
author img

By

Published : Sep 11, 2020, 3:51 AM IST

কোকৰাঝাৰ, 11 ছেপ্তেম্বৰ : বৃহস্পতিবাৰে ক'ভিড-19 ত আক্ৰান্ত হৈ কোকৰাঝাৰত পুনৰ দুজনৰ মৃত্যু হয় ৷ এই সম্পৰ্কত কোকৰাঝাৰৰ উপায়ুক্ত ভাস্কৰ ফুকনে জানিবলৈ দিয়ে যে, মৃত লোক দুজন ক্ৰমে ৰাজু কুমাৰ (45) আৰু আব্দুল জলিল (35) ৷

আনহাতে, বৃহস্পতিবাৰৰ দিনটোত কোকৰাঝাৰত নতুনকৈ আক্ৰান্ত হৈছে 83 গৰাকী লোক ৷ 933 গৰাকীয়ে ৰেপিড এন্টিজেন টেষ্টত অংশগ্ৰহণ কৰিছিল ৷

বৰ্তমান পৰ্যন্ত কোকৰাঝাৰত ক'ভিড-19 আক্ৰান্তৰ সংখ্যা 2,426 গৰাকীলৈ বৃদ্ধি পাইছে ৷ আনহাতে, মৃতকৰ সংখ্যা 18 গৰাকী হৈছেগৈ জিলাখনত ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.