ETV Bharat / state

কোকৰাঝাৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত নামভৰ্তি মাচুল বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া - কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান

কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত নামভৰ্তি মাচুল বৃদ্ধিক লৈ ছাত্ৰ সংগঠনৰ প্ৰতিক্ৰিয়া । কোকৰাঝাৰ বালাগাঁৱত অৱস্থিত কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (চি আই টি) ৰ নামভৰ্তিৰ মাচুল বৃদ্ধিক লৈ উদ্বিগ্ন বিটিএডিৰ বিভিন্ন ছাত্ৰ সংগঠন । কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সঞ্চালক আৰু ৰেজিষ্টাৰে নিজৰ খেয়ালখুচিৰে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিকৰণ মাচুল অত্যধিক কৰাৰ অভিযোগ ছাত্ৰ সংগঠনৰ ।

কোকৰাঝাৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত নামভৰ্তি মাচুল বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া
author img

By

Published : Jul 4, 2019, 12:53 PM IST

কোকৰাঝাৰ,4জুলাইঃ কোকৰাঝাৰৰ বালাগাঁৱত থকা অসমৰ একমাত্ৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত এই বৰ্ষত ডিপ্ল'মা পাঠ্যক্ৰমত আন বছৰৰ নামভৰ্তিৰ মাচুলৰ তুলনাত আকাশ পাতাল পাৰ্থক্য । 2019-2020 বৰ্ষৰ ডিপ্ল'মা পাঠ্যক্ৰমৰ মাচুল 12,000 টকাৰ পৰা হ'লগৈ 48,000 টকা । এখন চৰকাৰী শিক্ষা প্ৰতিষ্ঠানত হয়তো এইয়া নজিৰবিহীন ঘটনা । যাৰ পাচতে নামভৰ্তি মাচুলৰ ক্ষেত্ৰত বিভিন্ন ছাত্ৰসংগঠন যেনে নিখিল বড়ো ছাত্ৰ সন্থা, সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থায়ে প্ৰতিবাদ জনায় আহিছে । ইপিনে এবছুৰ শিক্ষা সম্পাদক কাষ্টম বসুমতাৰীয়ে উল্লেখ কৰে যে চিএইটিৰ সঞ্চালক আৰু কৰ্মকৰ্তাই নীতি নিয়ম নমনাকৈ নিজৰ স্বইচ্ছাৰে এনেকৈ ধন সংগ্ৰহত নামিছে । যাৰবাবে প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈও বহু খিলঞ্জীয়া ছাত্ৰ-ছাত্ৰী টকাৰ অভাৱত নাম ভৰ্তিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ।

Intro:কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান নামভৰ্তি মাচুল বৃদ্ধিক লৈ ছাত্ৰ সংগঠনৰ প্ৰতিক্ৰিয়া।

বিটিএডি সদৰ চহৰ কোকৰাঝাৰ বালাগাঁওত অৱস্থিত কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (চি আই টি) ৰ নামভৰ্তিৰ মাচুল বৃদ্ধিকলৈ উদ্বিকনো বিটিএডিৰ বিভিন্ন ছাত্ৰ সংগঠন।

কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সঞ্চালক আৰু ৰেজিষ্টেৰে নিজৰ খিয়াল খুচিৰে আৰু স্বাৰ্থৰে ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিকৰন মাচুল অত্যাধিক কৰাৰ অভিযোক ছাত্ৰ সংগঠনৰ।

Body:অসমৰ এক মাত্ৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (চি আই টি) খাটিখোৱা ভূমিপুত্ৰৰ ছাত্ৰ ছাত্ৰীৰ পৰা কেৱল মতা ধন কৰাৰ এক শিক্ষা প্ৰতিষ্ঠান হৈগৈছে।

উতিহাসিক বড়ো চুক্তিৰ অনুসৰী কোকৰাঝাৰৰ বালাগাওঁত স্থাপিত কৰা হৈছিল কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (চি আই টি) খনক, কিন্তু এতিয়া ভূমিপুত্ৰৰ আবেক অনুৱতীক যেন কানখাৰে নাই শিক্ষা প্ৰতিষ্ঠানৰ কৰ্মকটাৰ। যত এয়ে বেলি ডিপ্লোমা কোর্সৰ আৰু আন বছৰৰ নামভৰ্তিৰ মাচুল আশা পাতাল পাৰ্থক্য। 2019-2020 বৰ্ষৰ ডিপ্লোমা কোর্সৰ মাচুল 12,000টকাৰ পৰা হৈগল 48,000 টকা। এক চৰকাৰী শিক্ষা প্ৰতিষ্ঠানত নজৰ বিহীন ঘটনা।

উল্লেখযে নিখিল বড়ো ছাত্ৰ সন্থা, সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থায়ে তীব্ৰ প্ৰতিবাদ জনাই আহিছে। এবছুৰ শিক্ষা বিভাগৰ সম্পাদক কাষ্টম বাসুমতাৰীয়ে উল্লেখ কৰেযে চিএইটিৰ সঞ্চালক আৰু কৰ্মকৰ্তায়ে নীতি নিয়ম নামানাকৈ নিজৰ ছইছাৰে এনেকৈ ধনসংগ্রত নামিছে। যাৰবাবে নামভৰ্তি প্ৰবেছ পৰীক্ষাত উত্তীৰ্ণ হৈও বহু খিলঞ্জীয়া ছাত্ৰ ছাত্ৰী টকাৰ অভাৱত নাম ভৰ্তিৰ পৰা বঞ্চিত হবলগীয়া হৈছে।
সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাৱতী জাইদল ইছলামে এনেকৈ কৰ্মকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে, এনেকৈ খিলঞ্জীয়া ছাত্ৰ ছাত্ৰীৰ শিক্ষা অধিকাৰটু কাৰীলোৱাতোক মানি লোৱা নহব বলি কৈ, জুদিহে এনেকৈ হৈ তেনেহলে তীব্রতৰ গণতান্ত্ৰিক আন্দালোণ কৰা হব বলি সুকীয়াই দিয়ে।

Conclusion:উল্লেখযোগ্য যে ছাত্ৰ সংগঠন আৰু চিআইটি সঞ্চালকৰ লগত আলোচনা হৈছে জুদিও ঠিক তেনেকৈ মাচুলৰে মঙ্গলবাৰৰ পৰা ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি আৰম্ভ হৈ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.