ETV Bharat / state

গোসাইগাঁৱত মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী

author img

By

Published : Apr 30, 2019, 8:48 PM IST

গোসাইগাঁৱত ধোঁৱাচাঙত মধ্যাহ্ন ভোজন আচঁনি। মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰী ৷ চৰকাৰী নিৰ্দেশনা অমান্য প্ৰধান শিক্ষকৰ ।

গোসাইগাঁৱত মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰী

গোসাইগাঁৱ, 30 এপ্ৰিলঃ ধোঁৱাচাঙত মধ্যাহ্ন ভোজন আচঁনি। কেইবাদিন ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈ আছে ছাত্ৰ-ছাত্ৰী সকলক। প্ৰতি মাহে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ নামত আবন্টন দিয়া চাউল যোগান ধৰা হয় যদিও মধ্যাহ্ন ভোজন যোগান ধৰা নহয় বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীক । নিৰ্দেশনা মতে শনিবাৰেও মধ্যাহ্ন ভোজন যোগান ধৰিব লাগে যদিও বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীয়ে চৰকাৰী নিৰ্দেশক অমান্য কৰি নিজৰ ৰুটিন মতে শনিবাৰে বন্ধ ৰাখে মধ্যাহ্ন ভোজন ।

গোসাইগাঁৱত মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰী

লগতে পঢ়ক: জাইকা প্ৰকল্পত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

এই ঘটনা গোসাইগাঁও শিক্ষা খণ্ডৰ অন্তৰ্গত 1 নম্বৰ ভোমৰাবিল প্ৰাথমিক বিদ্যালয়ৰ । বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক সকলে তদন্ত মৰ্মে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে সংশ্লিষ্ট কৰ্তৃপক্ষক ।

গোসাইগাঁৱত ধোঁৱাচাঙত মধ্যাহ্ন ভোজন আচনি।  মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত ছাত্ৰ ছাত্ৰীঃ চৰকাৰী নিৰ্দেশনা অমান্য ।

SLUG_A_KOJ_MIDAY MEAL_VIS 1,2_7204384

          ধোঁৱাচাঙত মধ্যাহ্ন ভোজন আচনি। কেইদিন ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈছে ছাত্ৰ ছাত্ৰী সকলক। প্ৰতি মাহে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ নামত আবন্টন দিয়া চাউল যোগান ধৰা হয় যদিও মধ্যাহ্ন ভোজন যোগান ধৰা নহয়  বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীক। নিৰ্দেশনা মতে শনিবাৰেও মধ্যাহ্ন ভোজন যোগান ধৰিব লাগে যদিও  বিদ্যালয় খনৰ প্ৰধান শিক্ষক গৰাকীয়ে চৰকাৰী নিৰ্দেশক অমান্য কৰি নিজৰ ৰুটিন মতে শনিবাৰে বন্ধ ৰাখে মধ্যাহ্ন ভোজন । এই ঘটনা গোসাইগাঁও শিক্ষা খন্ডৰ অন্তৰ্গত 1 নম্বৰ ভোমৰাবিল  প্ৰাথমিক বিদ্যালয়ৰ। বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক সকলে তদন্ত মৰ্মে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে সংশ্লিষ্ট কৰ্তৃপক্ষক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.