ETV Bharat / state

নৱ শৰণীয়াক শব্দ ৰাভাৰ প্ৰত্যাহ্বান - ELECTION

প্ৰাৰ্থীগৰাকীয়ে বৰ্তমানৰ সাংসদ নৱ শৰণীয়াই সাংসদ পুজিৰ 25 কোটি টকাৰে কি উন্নয়ন কৰিলে বুলি প্ৰশ্ন কৰে ৷ অবড়ো ৰাইজৰ আশা আকাংক্ষাৰ মাজেদি নৱ শৰণীয়াই সাংসদত নিৰ্বাচিত হৈছিল যদিও তেওঁ একো কৰিব নোৱাৰিলে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷ নৱ শৰণীয়াই 25 কোটি টকীয়া পুঁজিৰ সফল প্ৰয়োগ হোৱাৰ প্ৰমাণ দিব পাৰিলে প্ৰাৰ্থী গৰাকীয়ে মনোনয়ন উঠাই ল'ব বুলিও সাংসদ গৰাকীলৈ মুকলি প্ৰত্যাহবান দিয়ে  ৷

naba-sarania
author img

By

Published : Apr 8, 2019, 2:20 AM IST

Updated : Apr 8, 2019, 3:50 AM IST

বৰমা,8 এপ্ৰিলঃ 5নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শব্দ ৰাভাই ইতিমধ্যে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ ৷ নিৰ্বাচনী প্ৰচাৰত সাংসদ নৱ শৰণীয়াৰ বিৰুদ্ধে সৰৱ হৈ উঠিল প্ৰাৰ্থীগৰাকী ৷

নৱ শৰণীয়া

Intro:কোকৰাঝাৰ লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰচাৰ অভিযানঃBody:নৱ শৰণীয়াই ২৫ কৌটি টকাৰ এটা উন্নয়নৰ নমুনা দেখুৱালে মই নমিনেচন উঠাই লমঃ শব্দ ৰাভা

বৰমা, ৭ এপ্ৰিলঃ
৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শব্দ ৰাভাই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৷ তেওঁ বিটিচি চুক্তিৰ পুনৰীক্ষণ, ভূমিৰ অধিকাৰ, ৫০ শতাংশ অনাবড়ো লোকৰ অধিকাৰৰ ক্ষেত্ৰত সাংসদত উত্থাপন কৰাৰ কাৰণে চেষ্টা কৰিব ৷ বৰ্তমানৰ সাংসদ নৱ শৰণীয়াই সাংসদ পুজিৰ ২৫ কৌটি টকা কোত কোত উন্নয়ন কৰিলে বুলি প্ৰশ্ন কৰে ৷ অবড়ো ৰাইজৰ আশাআকাংক্ষা মাজেদি নৱ শৰণীয়াই সাংসদত নিৰ্বাচিত হৈছিল যদিওঁ তেওঁ একো কৰিব নোৱাৰিলে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷ আজি শব্দ ৰাভাই বৰমা সমষ্টিৰ দিঘেলীত নিৰ্বাচনী প্ৰচাৰ চলায় ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শব্দ ৰাভাৰ নিৰ্বাচনী প্ৰচাৰঃ
Last Updated : Apr 8, 2019, 3:50 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.