ETV Bharat / state

কোকৰাঝাৰত প্ৰমোদ বড়োৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Nov 7, 2020, 9:17 PM IST

বিপিএফৰ সমানে সমানে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰি প্ৰচাৰ কাৰ্যত নামি পৰিছে ইউপিপিএল দল ৷ শনিবাৰে কোকৰাঝাৰত নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৷

pramod boro camping in kokrajhar assam etv bharat news
নিৰ্বাচনী প্ৰচাৰ

কোকৰাঝাৰ,7 নৱেম্বৰ: বিটিআৰত বলিছে নিৰ্বাচনী ঢৌ ৷ ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিছে প্ৰতিটো ৰাজনৈতিক দলৰ নেতাসকলে ৷ এইবাৰ নিৰ্বাচনী প্ৰেক্ষাপট সলনি হোৱাৰ সম্ভাৱনা আছে বিটিচি নিৰ্বাচনত ৷ বিপিএফৰ সমানে সমানে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰি প্ৰচাৰ কাৰ্যত নামি পৰিছে ইউপিপিএল দল ৷ শনিবাৰে কোকৰাঝাৰত এক নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৷ বড়োৱে সভাত উপস্থিত জনতাক উদ্দেশ্যি ভাষণ প্ৰদান কৰা সময়ত বিপিএফৰ নেতা হাগ্ৰামা মহিলাৰীক কঠোৰ সমালোচনা কৰে ৷ বড়োৱে এইবেলি নিৰ্বাচনৰ পিছতে হাগ্ৰামা মহিলাৰীৰ একনায়কত্ববাদৰ অন্ত পৰিব বুলি ব্যক্ত কৰে ৷

লগতে চাওকঃ বিপদ আহিছে অপৰাধী ৰাজনীতিকৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.