কোকৰাঝাৰ, 29 জুলাই : কৃষকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি ৷ কাৰণ বানে তাণ্ডৱ চলাই যোৱাৰ পাচত এতিয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে খেতিপথাৰসমূহ ৷ কোকৰাঝাৰৰ একাংশ অঞ্চলত এতিয়া এই দৃশ্যই দেখা গৈছে ৷ য’ত নিজৰ খেতিপথাৰ ধ্বংস হোৱাৰ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে ৷ বালিয়ে পুতি পেলাইছে শ শ বিঘা কৃষিভূমি ৷ নৈপৰীয়া কৃষি ভূমি তথা বাসিন্দা সকলৰ নিৰাপত্তাৰ প্ৰতি চৰকাৰে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ প্ৰতি বছৰে গাঠিৰ ধন ভাঙি খেতি কৰে যদিও খেতিপথাৰসমূহৰ বানে এই অৱস্থাৰ সৃষ্টি কৰে ৷
বানে ধুই নিয়া কৃষকৰ সপোন... - খেতিপথাৰ
বানৰ তাণ্ডৱৰ পাচত নষ্ট কৃষিভূমি ৷ বালিয়ে পুতি পেলাইছে শ শ বিঘা কৃষিভূমি
কোকৰাঝাৰ, 29 জুলাই : কৃষকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি ৷ কাৰণ বানে তাণ্ডৱ চলাই যোৱাৰ পাচত এতিয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে খেতিপথাৰসমূহ ৷ কোকৰাঝাৰৰ একাংশ অঞ্চলত এতিয়া এই দৃশ্যই দেখা গৈছে ৷ য’ত নিজৰ খেতিপথাৰ ধ্বংস হোৱাৰ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে ৷ বালিয়ে পুতি পেলাইছে শ শ বিঘা কৃষিভূমি ৷ নৈপৰীয়া কৃষি ভূমি তথা বাসিন্দা সকলৰ নিৰাপত্তাৰ প্ৰতি চৰকাৰে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ প্ৰতি বছৰে গাঠিৰ ধন ভাঙি খেতি কৰে যদিও খেতিপথাৰসমূহৰ বানে এই অৱস্থাৰ সৃষ্টি কৰে ৷
ৰাজ্যত বানপানী হ্ৰাস পাইছে যদিও বানৰ পানী শুকাই যোৱাৰ পিছত যেন সমস্যাই খেক হৈযোৱা নাই। বিটিচি প্ৰাণ কেন্দ্ৰ কোকৰাঝাৰ জিলাৰ একাংশ অঞ্চলত ফুটি উঠিছে কিছুমান হৃদয়-আত্মা জোকাৰি যোৱা জীয়া বাস্তৱৰ ছবি। যত নিজৰ খেতিপথাৰ ধংশ হোৱাৰ ফলত কপালে-মূৰে হাত দি হাহাকাৰ কৃষকৰ।
Body:এই দৃশ্য জয়পুৰ নামাপৰা গাঁওৰ যোৱা বানপানীৰ সময়ত গৌৰাং নৈ বিভিন্ন অঞ্চলত প্লাবিত কৰিছিল, পানী ক্ৰমাৎ হ্ৰাস হৈগল কিন্তু ধাননি পথাৰ যেন এতিয়া মৰুভূমি পৰিণতিত নৈৰ পানী লগত বৈঅহা বালিয়ে পুতিপেলোৱাত। এক বিঘা বা দুই বিঘা নহয় শ শ কৃষি পথাৰ মৰুভূমি পৰিণতিত। কৃষকৰ সপোনত এতিয়া চেঁচাপানী,হেৰাইগৈছে মুখৰ মাত ছোনগুটি চপাম বুলি ভাবি অতি আশাৰে ৰোৱা কৃষকৰ সপোন।
অকল এই দৃশ্য নহয় জিলাখনৰ বিভিন্ন অঞ্চলত কৃষৰ এতিয়া দূৰ্দশা অৱস্থা। নিজৰ গাঁঠিধনৰ লগত উৎপাদনৰ সপোন খেক হৈযোৱাৰ।
একাংশ কৃষকে অভিযোগ দিয়েযে উক্ত অঞ্চলটোত প্ৰতি বছৰে এনেকৈ অৱস্থাৰ সৃষ্টি হৈ, নৈপৰীয়া কৃষি ভূমি তথা ভাসিন্দা সকলৰ সুৰুক্ষ-নিৰাপত্তাৰ কোনো পদক্ষেপ লোৱানাই চৰকাৰে। আনকি জাহযোৱা খেতি পথাৰৰ ক্ষতিপূৰণ ডিয়ানাই কৃষি বিভাগে।
Conclusion:কোকৰাঝাৰ জিলা আমছুৰ উপ- সভাৱটি সাফিকুল ইছলামে অতি সেগৰে বানপানীত ধ্বংস হোৱা পৰিয়ালক ক্ষতিপূৰণ দিবৰ বাবে চৰকাৰৰ ওচৰত দাবী তুলিছে।