ETV Bharat / state

বড়ো মাধ্যমৰ বাবে অন্তৰায় নহয় নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি

author img

By

Published : Oct 31, 2019, 5:21 AM IST

Updated : Oct 31, 2019, 7:51 AM IST

কোকৰাঝাৰ চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত এদিনীয়াকৈ অনুষ্ঠিত হৈ যায় শান্তি আৰু মূল্যবোধৰ শিক্ষা শীৰ্ষক এখনি কৰ্মশালা ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰা কৰ্মশালাখনিত বহুসংখ্যক শিক্ষক-শিক্ষাৰ্থীৰ লগতে অংশগ্ৰহণ কৰে বিটিচিৰ উপ-প্ৰধান খাম্ফা বৰগয়াৰীয়ে ৷

ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু বড়ো মাধ্যম সন্দৰ্ভত খাম্ফা বৰগয়াৰী

কোকৰাঝাৰ, 30 অক্টোবৰঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহযোগত বুধবাৰে কোকৰাঝাৰস্থিত চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায় এখন এদিনীয়া কৰ্মশালা ৷ "শান্তি আৰু মূল্যবোধৰ শিক্ষাঃ যুৱপ্ৰজন্মৰ সঠিক বিনিয়োগ" শীৰ্ষক কৰ্মশালাখনিত অংশগ্ৰহণ কৰে বিটিচিৰ উপ-প্ৰধান খাম্ফা বৰগয়াৰীয়ে ৷

কৰ্মশালাত অংশগ্ৰহণ কৰি খাম্ফা বৰগয়াৰীয়ে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য উল্লেখ কৰে ৷ সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত বড়ো মাধ্যমৰ বাবে কোনোধৰণৰ ক্ষতিকাৰক সিদ্ধান্ত বিটিচিয়ে গ্ৰহণ নকৰে বুলি কয় খাম্ফা বৰগয়াৰীয়ে ৷ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত বড়ো মাধ্যমক লৈ ব্যাপক চর্চা হৈ থকাৰ সময়তে এইদৰে বিটিচিৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্যৰ দায়িত্বত থকা বৰগয়াৰীয়ে বিষয়টো সন্দৰ্ভত স্পষ্ট মত বাখ্যা কৰে। "নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি গ্ৰহণ কৰি বিটিচি প্ৰশাসনে বড়ো মাধ্যমক মৃত্যুৰ দিশে থেলি দিবলৈ চেষ্টা চলোৱা নাই । কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ খচৰাৰ ওপৰত চোৱা-চিতাৰ বাবে যথেষ্ট সময় আছে । বড়ো বুদ্ধিজীৱি সকলে অযথা বিতৰ্ক নকৰি তাৰ ওপৰত গভীৰ ভাৱে আলোচনা কৰি সিদ্ধান্ত লোৱাহে ভাল ।" বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে খাম্ফা বৰগয়াৰীয়ে ৷

Intro:
ৰাষ্ট্ৰীয় শিক্ষানীক লৈ বড়ো মাধ্যমৰ বাবে ক্ষতিকাৰক সিদ্ধান্ত গ্ৰহণ নকৰে বিটিচিয়ে : খাম্পা বর্গয়াৰী।

ৰাষ্ট্রীয় শিক্ষানীতিৰ ওপৰত বড়ো ভূমিৰ বড়ো মাধ্যমক লৈ ব্যাপক চর্চা হৈথকা সময়তে আজি বিটিচিৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য আৰু বিটিচিৰ উপমুখ্য খাম্পা বর্গয়াৰীই স্পষ্ট মত বাখ্যা কৰিছে।

Body:"ৰাষ্ট্ৰীয় শিক্ষানীক গ্ৰহণ কৰি বিটিচি প্ৰশাসনে বড়ো মাধ্যমক মৃত্যু দিশে থিলীদিবলৈ চেষ্টা চলোৱানাই। কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষানীৰ দ্ৰাফ্টৰ ওপৰত চোৱা সীতাৰ বাবে যথেষ্ট সময় আছে। বড়ো বুদ্ধিজীৱীই বিতৰ্ক নকৰি তাৰ ওপৰত গভীৰ ভাৱে আলোচনা কৰি সিদ্ধান্ত লোৱাহে ভাল।"

আজি কোকৰাঝাৰস্থিত চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উধ্যাগত আয়োজন কৰা শান্তি আৰু মূল্যবোধৰ শিক্ষাৰ ওপৰত এখন ৰাষ্ট্ৰীয় কৰ্মশালাত অংশগ্ৰহণ কৰি সাংবাদীৰ আগত এই মন্তব্য কৰে। বড়ো দল সংগঠনেৰ নেতাই ৰাষ্ট্ৰীয় শিক্ষানীৰ ওপৰত সমালোচনা কৰাক উল্লেখ কৰি কৈযে জাতিটোৰ সংগঠনৰ মতামদ লৈহে গঠিত কৰা হব। ৰাষ্ট্ৰীয় শিক্ষানীক লৈ বড়ো মাধ্যমৰ বাবে ক্ষতিকাৰক সিদ্ধান্ত গ্ৰহণ কৰা নহব বুলি কয়।

Conclusion:সকলোয়ে প্ৰমূল্যবোধৰ শিক্ষাৰে শিক্ষিত হৈ সমাজ ৰাষ্ট্ৰ পৰা হিংসা বিদশ আঁতৰাবলৈও খাম্প বর্গয়াৰীয়ে সকলোৰে প্ৰতি আহ্বান জনায়।
Last Updated : Oct 31, 2019, 7:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.