ETV Bharat / state

এন ডি এফ বি প্ৰগতিশীলৰ 31তম শ্বহীদ দিৱস পালন

author img

By

Published : Sep 14, 2019, 10:15 PM IST

কোকৰাঝাৰৰ ছেৰফাংগুৰিৰ কুমগুৰিত থকা সংগঠনটোৰ ডেজিগনেটেড শিবিৰত শনিবাৰে উদযাপন কৰা হ'ল 31তম শ্বহীদ দিৱস ৷

কোকৰাঝাৰত এন ডি এফ বি প্ৰগতিশীলৰ 31তম শ্বহীদ দিৱস পালন

কোকৰাঝাৰ, 14 চেপ্তেম্বৰ:

  • কোকৰাঝাৰত এন ডি এফ বি(প্ৰ)ৰ 31 তম ছহিদ দিৱস পালন
  • ছেফাংগুৰিৰ কুমগুৰি থকা সংগঠনটোৰ ডেজিগনেটেড শিবিৰত পালন কৰা হয় এই কাৰ্যসূচী
  • এই কাৰ্যসূচীত উপস্থিত থাকে সংগঠনটোৰ নেতাসকল
  • ন্যায়িক সম্পাদক বি.বেংগাৰে উত্তোলন কৰে সংগঠনৰ পতাকা
  • শ্বহীদ বেদিত বন্তি প্ৰজ্বলন কৰে বড়ো ছাত্ৰ সংস্থাৰ সম্পাদক লোৰেন্স ইছলাৰীয়ে
  • জাতিৰ বাবে প্ৰাণ ত্যাগ কৰা সকল অমৰ হওক: মুখ্য সম্পাদক এছ. ছানজাৰাং
  • 2005 চনত অস্ত্ৰ সম্বৰণ কৰিছিল এন ডি এফ বিৰ প্ৰগতিশীল গোটে
  • এতিয়ালৈকে সমাধান হোৱা নাই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা

Intro:এনডিএফবি (প্ৰ) ৩১তম শ্বহীদ দিৱস পালন।।

কোকৰাঝাৰ ছেফাংগুৰি কুমগুৰি থকা এনডিএফবি (প্ৰ)ৰ ডিজিগনেটেড শিবিৰত আজি সংগঠনতোৰ ৩১তম শ্বহীদ দিৱস উদযাপন কৰা হয়।

Body:কাৰ্যকসূচী ক্ৰমে সংগঠনৰ পটোকা উত্তোলন কৰে এনডিএফবি (প্ৰ)ৰ জুদিছিয়েল চেক্ৰেটাৰী বি. বেংগায়ে আৰু শ্বহীদ বেদিত বন্তি প্ৰজ্বলন কৰে নিখিল বড়ো ছাত্ৰ সংস্থাৰ সম্পাদক লোৰেন্স ইছলাৰীয়ে।

৩১তম শ্বহীদ দিৱস পালনত অংশগ্ৰহণ কৰি এনডিএফবি (প্ৰ)ৰ মুখ্য সম্পাদক এছ. ছানজাৰাং য়ে সাংবাদিকৰ আগত কয়যে জি ব্যক্তিয়ে জাতিৰ বাবে জীৱন ত্যাক কৰিছে তেওঁলোকলৈ সদায় সংগঠনতোৰ শ্ৰদ্ধা থাকিব আৰু তেওঁলোকে জাতিৰ বাবে এজন এজন অমৰ হয় থাকিব।

2005 চনত জি লক্ষ্যলৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে সিছফাইয়াৰ কৰিছিল আজি বহু বছৰ অতিক্ৰম হোৱাৰ পিছতও ইয়াৰ লক্ষ্য উপনীত নহল কেৱল কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ হেমীয়া বাবে বুলি উল্লেখ কৰে মুখ্য সম্পাদক এছ. ছানজাৰাংয়ে।

সংগঠনটোৰ দুই নেতাক দলবিৰোধী কামৰ বাবে হে বহিস্কাৰ কৰা হৈছে দলটোৰ কোনো বিভাজন হোৱা নাই বলি কয়।

Conclusion:উক্ত অনুষ্ঠানত এবছু ৰ সাধাৰণ সম্পাদক লোৰেন্স ইছলাৰী, বিটিচিৰ এমচিএলএ যতীন্দ্ৰ ব্ৰহ্ম, পিজেএচিবিএম ৰ কোনভেনৰ ইৰাকদাও ব্ৰহ্ম লগতে বহু ব্যক্তি উপষ্টিত থাকে।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.