ETV Bharat / state

প্ৰস্তুতি সম্পূৰ্ণ , অপেক্ষা মাথো প্ৰধানমন্ত্ৰীলৈ... - বড়ো শান্তি চুক্তিৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে অনুষ্ঠানৰ বিষয়ববীয়াই

অপেক্ষা মাথো প্ৰধানমন্ত্ৰীলৈ...
অপেক্ষা মাথো প্ৰধানমন্ত্ৰীলৈ...
author img

By

Published : Feb 6, 2020, 9:25 PM IST

কোকৰাঝাৰ, ৬ ফেব্ৰুৱাৰীঃ ঐতিহাসিক বড়ো শান্তি চুক্তি উপলক্ষে কোকৰাঝাৰৰ জাখ্ৰিংখাই পথাৰত শুকুৰবাৰলৈ অনুষ্ঠিত হ'বলগীয়া বিজয় উৎসৱক কেন্দ্ৰ কৰি জিলাখনত সৃষ্টি হৈছে উৎসৱমুখৰ পৰিৱেশৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে অনুষ্ঠানৰ বিষয়ববীয়াই । ইতিমধ্যে হাজাৰ হাজাৰ এবছুৰ সেচ্ছাসেৱক আহি উপস্থিত হৈছেহি জাখ্ৰিংখাই পথাৰত । ইয়াৰোপৰি নিৰাপত্তাৰক্ষীৰে ভৰি পৰিছে সমগ্ৰ অঞ্চল । কেৱল দেশৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে বিষয়ববীয়াসকল। উল্লেখ্যে যে বড়ো শান্তি চুক্তি উপলক্ষে কোকৰাঝাৰৰ জাখ্ৰিংখাই পথাৰত কাইলৈ অনুষ্ঠিত হবলগীয়া বিজয় উৎসৱত প্ৰায় 4 লাখ লোকৰ সমাগম হব বুলি জানিবলৈ দিছে কৰ্ম-কৰ্তাসকলে ।

অপেক্ষা মাথো প্ৰধানমন্ত্ৰীলৈ...

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাক লৈ ব্যস্ত মহানগৰ প্ৰশাসন....

Intro:প্ৰস্তুতি সম্পূৰ্ণ , অপেক্ষা মাথো প্ৰধানমন্ত্ৰীলৈ ।

কোকৰাঝাৰ/৬ ফেব্ৰুৱাৰী :- কাইলৈ অৰ্থাৎ ৭ জানুৱাৰীত কোকৰাঝাৰত উপস্থিত হব নৰেন্দ্ৰ মোডী । Body:ঐতিহাসিক বড়ো শান্তি চুক্তি উপলক্ষে কোকৰাঝাৰৰ জাংখ্ৰিথাই পথাৰত কাইলৈ অনুষ্ঠিত হবলগীয়া বিজয় উৎসৱত কেন্দ্ৰ কৰি ইতিমধ্যে কোকৰাঝাৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কোকৰাঝাৰৰ জাংখ্ৰিথাই পথাৰত আদৰিবলৈ ইতিমধ্যে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ পৰিছে । জাংখ্ৰিথাই পথাৰত ইতিমধ্যে হাজাৰ হাজাৰ এবছুৰ সেচ্ছাসেৱকসকল উপস্থিত হৈছে । ইয়াৰোপৰি সমগ্ৰ অঞ্চলটো নিৰাপত্তাৰক্ষীৰে ভৰি পৰিছে । প্ৰস্তুতি সম্পূৰ্ণ হৈ পৰাত মোডীৰ আদৰিবলৈ সকলোৱে অধীৰ উদগ্ৰীবতাৰে অপেক্ষা কৰি কৰি আছে ।
Conclusion:উল্লেখ্যে যে বড়ো শান্তি চুক্তি উপলক্ষে কোকৰাঝাৰৰ জাংখ্ৰিথাই পথাৰত কাইলৈ অনুষ্ঠিত হবলগীয়া বিজয় উৎসৱত কমেও চাৰি লাখ লোকৰ সমাগম হব বুলি আশা কৰা হৈছে ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.