ETV Bharat / state

মৰণ ফাণ্ডৰ ৰূপত গৌৰাং নৈৰ দলং

author img

By

Published : Jul 26, 2019, 11:27 PM IST

মৰণক শৰণ দি যাত্ৰা অব্যাহত ৰাখিবলগীয়া হৈছে গাওঁবাসীয়ে কাৰণ কোকৰাঝাৰ লোকসভা সমষ্টি আৰু অসম চৰকাৰ সমাজ কল্যান বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ সমষ্টিৰ অধীনত থকা এই গাঁও কেইখনৰ জনতাৰ দুখ দুৰ্দশাৰ বুজ লবলৈ আহৰি নাই জনপ্ৰতিধিনিধিৰ।

গৌৰাং নৈ

কোকৰাঝাৰ, 26 জুলাইঃ বিটিচিৰ সদৰভূমি কোকৰাঝাৰ চহৰৰ গাতে লাগি থকা গৌৰাং নৈৰ দলং খন বাৰিষা কালত বেশেককৈ, কোমলাচৰা, চেঁচাপানী আৰু বাগিচা গাঁৱৰ ৰাইজৰ একমাত্ৰ যাতায়তৰ থল ৷ কাৰণ নৈখন পাৰ হ'বলৈ নাই স্থায়ী দলঙৰ ব্যৱস্থা ৷ খৰালী মাহত নাঁৱেৰে পাৰ হোৱা নৈখনে বাৰিষা হ'লেই ৰুদ্ৰ মূৰ্তি ধৰাৰ ফলত ৰে'লৰ দলংখনেৰে পাৰ হয় স্থানীয় ৰাইজ ৷ এখন দলঙৰ ওপৰেৰে ৰে'লৰ যাত্ৰা লগতে ৰাইজৰ যাতায়ত ৷ দলঙৰ ওপৰেৰে পাৰ হোৱা সময়চোৱাত কেতিয়াবা ৰে'লৰ বাবে দলঙতেই আবদ্ধ হৈ পৰিবলগীয়া হয় স্থানীয় ৰাইজ ৷

গৌৰাং নৈ

তৎসত্বেও মৰণক শৰণ দি এনেদৰে যাত্ৰা অব্যাহত ৰাখিবলগীয়া হৈছে গাওঁবাসীয়ে কাৰণ কোকৰাঝাৰ লোকসভা সমষ্টি আৰু অসম চৰকাৰ সমাজ কল্যান বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ সমষ্টিৰ অধীনত থকা এই গাঁও কেইখনৰ জনতাৰ দুখ দুৰ্দশাৰ বুজ লবলৈ আহৰি নাই জনপ্ৰতিধিনিধিৰ। খৰালি কালত ৰাইজে নৈখনৰ ওপৰত বাঁহৰ দলং বনাই যদিও বাৰিষা বানপানীয়ে উটুৱাই লৈ যায় দল খন ৷ সেয়ে এনেদৰে জীৱন অতিবাহিত কৰিছে গাঁওবাসীয়ে ৷

Intro:কোকৰাঝাৰত এখন ৰেলৱে দলঙ হৈপৰিছে জীৱন মৃত্যৰ খেল।

বিটিচিৰ সদৰভূমি কোকৰাঝাৰ চহৰত গাতে লাগিথকা গৌৰাং নৈৰ ওপৰত থকা ৰেলৱে দলঙ হৈ পৰিছে জনতাৰ মৰণ ফান। নৈৰ ওপৰত স্থায়ী দলং নোহোৱাৰ বাবে ৰেলৱে দলঙত যাতায়ত কৰি মৃত্য মুখত পৰিছে বহু ব্যক্তিই।

Body:কোকৰাঝাৰ চহৰৰ গাতে বৈযোৱা গৌৰাং নৈৰ দক্ষিণ পাৰত থকা বেশেককৈ কোমলাচৰা, চেঁচাপানী আৰু বাগিচা গাঁওৰ ৰাইজে কোকৰাঝাৰ চহৰত আহিব কাৰণে এতিয়া জ্বলাযন্ত্ৰণা, কাৰণ নৈখন পাৰ হবলৈ নাই স্থায়ী দলঙৰ ব্যৱস্থা, কিছু টুলুঙা নাও দি পাৰহলিও কিন্তু জীৱন মৃত্যৰসৈতে খেলি আহিছে কিছুমানে।

কোকৰাঝাৰ লোকসভা সমষ্টিৰ আৰু অসম চৰকাৰ সমাজ কল্যান বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ সমিষ্টিৰ অধীনত থকা এইখন গাঁও কাইখনৰ জনতাৰ দুখ দুৰ্দশা বুজ লবলৈ আজিও আহৰি নহল জনপ্ৰতিধিনিধিৰ। খৰালি বতৰত জনতায়ে নদীৰ ওপৰত বাঁহৰ দলঙ বনাইলৈছিল যদিও বাৰিষাৰ বানপানীয়ে উটুৱাই লৈযোৱাৰ পিছত এই ডসা।

Conclusion:অকল নিৰ্বাচনৰ প্ৰাকক্ষণত ভোট ভিক্ষা মাগি সাংসদ, বিধায়ক আৰু বিটিচিৰ কাৰ্যবাহী সদস্য নিৰ্বাচিত হৈযোৱাসকলে এই ৰাইজৰ কথা কোনে শুনিছেনে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.