ETV Bharat / state

কোকৰাঝাৰত শোকৰ ছাঁ :পথ দুৰ্ঘটনাত প্ৰাণ গ’ল পিতৃ-কন্যাৰ - কোকৰাঝাৰ

গুৱাহাটীৰ পৰা আহি থকা অৱস্থাত বাছেৰে মুখামুখি সংঘৰ্ষ ফৰচুনাৰৰ । পেছাত জলসিঞ্চন বিভাগৰ অভিযন্তা আছিল নিহত অজয় বসুমতাৰী । কন্যা উত্তীৰ্ণ হৈছিল এইবাৰৰ আই আই টি প্ৰৱেশ পৰীক্ষাত ।

কোকৰাঝাৰত শোকৰ ছা : দুৰ্ঘটনাত প্ৰাণ গল পিতৃ-কন্যাৰ
author img

By

Published : Jul 13, 2019, 9:12 AM IST

কোকৰাঝাৰ,13 জুলাইঃ চকুৰ পলকতে নিঃশেষ হৈ গ’ল এটা পৰিয়াল । শুকুৰবাৰে কোকৰাঝাৰ চহৰৰ জনপ্ৰিয় ব্যক্তি অজয় বসুমতাৰী কন্যা নিৰালী বাসুমতাৰীসহ নিহত হয় এক দুৰ্ঘটনাত পতিত হৈ । ঘটনাটোৱে সমগ্ৰ চহৰখনতেই এতিয়া শোকৰ ছাঁ পেলাইছে । মাজনিশা দুয়োৰে নশ্বৰ দেহ আহি পোৱাৰ পাছত পিতৃ-কন্যাক শেষ বাৰলৈ এবাৰ চাবলৈ চহৰখনৰ ৰূপাঠী নগৰত থকা তেখেতৰ বাসগৃহত বহুসংখ্যক শুভাকাংক্ষীয়ে ভিৰ কৰা পৰিলক্ষিত হয় । উল্লেখযোগ্য যে, নিহত অজয় বসুমতাৰী এজন খুব নিকা চৰকাৰী বিষয়া আছিল, কেৱল চৰকাৰী চাকৰিৰে নহয় তাৰ উপৰিও তেখেত কিছু সামাজিক কাম কাজৰ লগতো জড়িত হৈ আছিল । কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক হিচাপেও দায়িত্ব পালন কৰিছিল বসুমতাৰীয়ে ।

Intro:মুহূৰ্ততে নিঃশেষ এটা পৰিয়াল, বাছৰ খুন্দাত পিতৃ-কইনাৰ প্ৰাণ গল: শুকাকূল পৰিবেশ কোকৰাঝাৰ ।

পিতৃ অজয় বাসুমতাৰী আৰু কইনা নিৰালী বাসুমতাৰী নছৰ দেশ কোকৰাঝাৰ চহৰত থকা ৰূপাঠী নগৰত আহিপোৱা লগে লগে শুকাকূল পৰিবেশ বিৰাজ কৰে। দুই পিতৃ কইনা শুকুৰবাৰে নিশা গুৱাহাটীৰ পৰা আহিথকা পথত চাংচাৰিত তীব্ৰতৰ বাছসে মূহোটাইছিল তেওঁলোকৰ ফুৰষুনাৰ বাহনক ফলত দুই পিতৃ কইনা থিতাতে মৃত্য হৈছিল।

Body:পেছাত অজয় বাসুমতাৰী এজন জলসিঞ্চনৰ অভিযন্তা আছিল আৰু কইনা নিৰালী বাসুমতাৰী এইবাৰ আই আই টি গুৱাহাটীত প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ নামভৰ্তি কৰাৰ কথা আছিল। এনেকৈ পিতৃ কইনা অকালতে মৃত্য হোৱাটো সমগ্ৰ কোকৰাঝাৰ জিলাখনতে শোকৰ চাহ পেলাইছে।

অজয় বাসুমতাৰী এজন খুব নিকা চৰকাৰী বিষয়া আছিল, কেৱল চৰকাৰী চাকৰিৰে নহয় তেখেত কিছু সামাজিক কাম কাজৰ সৈতে জড়িত হৈআছিল। বৰ্তমান কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক হৈ আছিল।

Conclusion:ঘৰৰ পৰিয়াল আৰু অনুৰাগী সকলে আজি ৰাতি দুই পিতৃ কইনাৰ নছৰদেহ আহিপোৱা লগে লগে ভিৰ পৰিলিক্ষিত দেখা যায়।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.