কোকৰাঝাৰ, 5 আগষ্টঃ কোকৰাঝাৰস্থিত বালাজানত থকা চি আই টি'ত দেওবাৰে নিশা প্ৰায় এক বজাত বিকাশ দাস নামৰ এজন ছাত্ৰৰ ৰহস্যজনক মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মৃত্যু হোৱা ছাত্ৰজন সপ্তম ষাণ্মাষিকৰ (বি.টেক) ছাত্ৰ আছিল আৰু ঘৰ বৰপেটা জিলাৰ দুহাটিৰ (ৱাৰ্ড নং ১০) বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ প্ৰাপ্ত বাতৰি মতে,দেওবাৰে চি.আই.টিত অধ্যয়নৰত আন এজন ছাত্ৰৰ জন্মদিন উপলক্ষে নিশা এক পাৰ্টিৰ আয়োজন চলিছিল ৷ কিন্তু নিশা পাৰ্টি চলি থকা অৱস্থাত হঠাৎ বিকাশ দাস ঢলি পৰে আৰু লগে লগে তেওঁক কোকৰাঝাৰৰ এখন ব্যক্তিগত হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে ছাত্ৰ গৰাকীক মৃত বুলি ঘোষণা কৰে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
চি আই টিৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু - ৰহস্যজনক
কোকৰাঝাৰস্থিত বালাজানত থকা চি আই টি'ত দেওবাৰে নিশা প্ৰায় এক বজাত বিকাশ দাস নামৰ এজন ছাত্ৰৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ
![চি আই টিৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4045755-thumbnail-3x2-kok---copy.jpg?imwidth=3840)
কোকৰাঝাৰ, 5 আগষ্টঃ কোকৰাঝাৰস্থিত বালাজানত থকা চি আই টি'ত দেওবাৰে নিশা প্ৰায় এক বজাত বিকাশ দাস নামৰ এজন ছাত্ৰৰ ৰহস্যজনক মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মৃত্যু হোৱা ছাত্ৰজন সপ্তম ষাণ্মাষিকৰ (বি.টেক) ছাত্ৰ আছিল আৰু ঘৰ বৰপেটা জিলাৰ দুহাটিৰ (ৱাৰ্ড নং ১০) বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ প্ৰাপ্ত বাতৰি মতে,দেওবাৰে চি.আই.টিত অধ্যয়নৰত আন এজন ছাত্ৰৰ জন্মদিন উপলক্ষে নিশা এক পাৰ্টিৰ আয়োজন চলিছিল ৷ কিন্তু নিশা পাৰ্টি চলি থকা অৱস্থাত হঠাৎ বিকাশ দাস ঢলি পৰে আৰু লগে লগে তেওঁক কোকৰাঝাৰৰ এখন ব্যক্তিগত হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে ছাত্ৰ গৰাকীক মৃত বুলি ঘোষণা কৰে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
কোকৰাঝাৰ ৫ আগষ্ট : কোকৰাঝাৰস্থিত বালাজানত থকা চিআইটি'ত যোৱা নিশা প্ৰায় এক বজাত এগৰাকী ছাত্ৰৰ ৰহস্যজনক মৃত্যুয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
Body: নিশা ৰহস্যজনকভাৱে মৃত্যু হোৱা ছাত্ৰ গৰাকী বিকাশ দাস (২১) বুলি চিনাক্ত কৰা হৈছে ৷ মৃত্যু হোৱা ছাত্ৰ গৰাকী ছেভেন ছেমিষ্টাৰৰ (বি.টেক) ছাত্ৰ আছিল আৰু ছাত্ৰ গৰাকীৰ ঘৰ বৰপেটা জিলাৰ দুহাটিৰ (ওৱাৰ্ড নং ১০) বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ আৰক্ষীয়ে ইতিমধ্যে ছাত্ৰ গৰাকীৰ মৃতদেহ কোকৰাঝাৰ সদৰ থানাত লৈ আহিছে আৰু মৰণোত্তৰ পৰীক্ষা সম্পন্নৰ বাবে ব্যৱস্থা হাতত লৈছে ৷
প্ৰাপ্ত বাতৰি মতে যোৱা কালি চিআইটিত অধ্যয়নৰত নয়নজ্যোতি বসুমতাৰী নামৰ ছাত্ৰ এজনৰ জন্মদিন উপলক্ষে নিশা এক পাৰ্টিৰ আয়োজন চলিছিল ৷ কিন্তু নিশা পাৰ্টি চলি থকা অৱস্থাত হঠাত বিকাশ দাসে ঢলি পৰে আৰু লগে লগে তেওঁক কোকৰাঝাৰৰ এখন ব্যক্তিগত হস্পিতালত (এমআৰএম) লৈ আহে যদিও চিকিৎসকে ছাত্ৰ গৰাকীক মৃত বুলি ঘোষণা কৰে Conclusion:৷ এই ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰাই নহয় ছাত্ৰজনৰ এনে ৰহস্যজনক মৃত্যত সকলোৱে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে ৷ আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে ৷