ETV Bharat / state

বিদ্যুৎ সংযোগৰ নামত ব্যাপক লুন্ঠনঃ ধন নিদিলে নাপায় বিদ্যুৎ সংযোগ - Goshaigaon

গাঁও অঞ্চলত আঁচনি ৰূপায়ণৰ নামত একাংশ দালালে দৰিদ্ৰ লোকসকলৰ পৰা ব্যাপক হাৰত ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে।

বিদ্যুৎ সংযোগৰ নামত ব্যাপক লুন্ঠনঃ ধন নিদিলে নাপায় বিদ্যুৎ সংযোগ
author img

By

Published : Sep 12, 2019, 9:17 PM IST

গোসাইগাওঁ, 12 ছেপ্তেম্বৰঃ গোসাইগাঁওৰ শিমলুটাপুত সৌভাগ্য আঁচনিৰ বিনামূলীয়া বিদ্যুৎ যোগান দিয়াৰ নামত একাংশ দালালৰ লুন্ঠন ৷ ধন নিদিলে গাওঁবাসীয়ে নাপায় বিদ্যুৎ সংযোগ।

বিদ্যুৎ সংযোগৰ নামত ব্যাপক লুন্ঠনঃ ধন নিদিলে নাপায় বিদ্যুৎ সংযোগ
প্ৰধানমন্ত্ৰী সৌভাগ্য আঁচনিৰ জৰিয়তে 'হৰ ঘৰ মে বিদ্যুৎ' সংযোগ দিয়াৰ নামত একাংশ দালালে চলাইছে লুন্ঠন।গাঁও অঞ্চলত আঁচনি ৰূপায়ণৰ নামত একাংশ দালালে দৰিদ্ৰ লোকসকলৰ পৰা ব্যাপক হাৰত ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। গোসাইগাওঁ মহকুমাৰ তিনি নম্বৰ শিমলুটাপু গাঁৱত বিদ্যুৎ সংযোগ দিয়াৰ নামত প্ৰতিগৰাকী হিতাধিকাৰীৰ পৰা আঠশ টকাকৈ আদায় দিয়াৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। অভিযোগ কৰা মতে বিদ্যুৎ সংযোগ দিয়াৰ বাবে প্ৰতিগৰাকী হিতাধিকাৰীয়ে মিটাৰ লগাই দিয়া সত্য মণ্ডল আৰু জিয়াৰুল নামৰ যুৱক দুজনক আঠশ টকাকৈ দিয়াটো বাধ্যতামূলক। টকা দিলে বিদ্যুৎ সংযোগ পাব টকা নিদিলে বিদ্যুৎ সংযোগ নাপায় বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। তাৰোপৰি টকা নিদিলে লগোৱা মিটাৰ বক্স উঠায় নিয়াৰ অভিযোগ তোলে স্থানীয় ৰাইজে ৷

Intro:গোসাইগাঁওৰ শিমূলটাপুত সৌভাগ্য আঁচনিৰ বিনামূলীয়া বিদ্যুৎ যোগান দিয়াৰ নামত একাংশ দালালৰ লুন্ঠনঃধন নিদিলে নাপায় বিদ্যুৎ সংযোগ।

গোসাইগাওঁ 12 চেপ্টেম্বৰ,প্ৰধানমন্ত্ৰী সৌভাগ্য আঁচনিৰ জৰিয়তে হৰ ঘৰ মে বিদ্যুত সংযোগ দিয়াৰ নামত একাংশ দালালে চলাইছে লুন্ঠন।গাঁও অঞ্চলত আঁচনি ৰূপায়ণৰ নামত একাংশ দালালে দৰিদ্ৰ লোকসকলৰ পৰা ব্যাপক হাৰত ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে।গোসাইগাওঁ মহকুমাৰ তিনি নম্বৰ শিমূলটাপু গাঁৱত বিদ্যুত সংযোগ দিয়াৰ নামত প্ৰতিগৰাকী হিতাধিকাৰীৰ পৰা আঠশ টকাকৈ আদায় দিয়াৰ অভিযোগ কৰিছে স্হানীয় ৰাইজে।Body:।ৰাইজে অভিযোগ কৰা মতে বিদ্যুৎ সংযোগ দিয়াৰ বাবে প্ৰতিগৰাকী হিতাধিকাৰীয়ে মিটাৰ লগাই দিয়া সত্য মণ্ডল আৰু জিয়াৰুল নামৰ যুৱক দুজনক আঠশ টকাকৈ দিয়াটো বাধ্যতামূলক।Conclusion:।টকা দিলে বিদ্যুৎ সংযোগ পাব টকা নিদিলে বিদ্যুৎ সংযোগ নাপায় বুলি স্হানীয় ৰাইজে অভিযোগ কৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.