ETV Bharat / state

গোসাইগাঁৱত উলহ মালহেৰে পালন ঈদ-উল ফিতৰ

সম্পূৰ্ণ এমাহ ৰোজা ৰখাৰ পিছত ইছলাম ধৰ্মাৱলম্বী লোক সকলে ব্যাপক উলহ মালহেৰে পালন কৰিলে ঈদ-উল ফিতৰ । অতীতৰ দুখ, কষ্ট, বেদনা পাহৰি প্ৰতিজন মুছলমানে মিলিত হয় ঈদৰ প্ৰৱিত্ৰ দিনটোত ।

গোসাইগাঁৱত ইছলাম ধৰ্মাৱলম্বী লোকৰ মনত আনন্দৰ উল্লাহৰ মাজতে উদযাপন ঈদ উল ফিতৰ
author img

By

Published : Jun 5, 2019, 3:59 PM IST

Updated : Jun 5, 2019, 4:23 PM IST

গোসাইগাঁও 5 জুন : গোসাইগাঁও মহকুমাৰ হাছৰাওবাৰীত ঈদ-উল ফিতৰকলৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত এতিয়া ব্যস্ততাৰ অন্ত নাই ৷ সম্পূৰ্ণ এমাহ ৰোজা ৰখাৰ পিছত ইছলাম ধৰ্মাৱলম্বী লোক সকলে ব্যাপক উলহ মালহেৰে পালন কৰি ঈদ-উল ফিতৰ । ইছলাম ধৰ্মাৱলম্বী লোকৰ মনত আনন্দৰ উল্লাহৰ মাজতে উদযাপন ঈদ উল ফিতৰ ।অতীতৰ প্ৰতিকূলতা দূখ, কষ্ট, বেদনা পাহৰি প্ৰতিজন মুছলমানে মিলিত হয় ঈদৰ দিনা । এজনে আনজনৰ কান্ধত কান্ধ মিলাই জনায় ঈদৰ শুভেচ্ছা ।

গোসাইগাঁৱত ইছলাম ধৰ্মাৱলম্বী লোকৰ মনত আনন্দৰ উল্লাহৰ মাজতে উদযাপন ঈদ উল ফিতৰ

লগতে পঢ়ক: কাবিলৰ পিছত নিজৰ অভিনয়ৰে আকৌ জিলিকিছে ঋত্বিক ৰোশন

ইছলাম ধৰ্মাৱলম্বী লোকৰ মনত আনন্দৰ উল্লাহৰ মাজতে উদযাপন ঈদ উল ফিতৰ । এজনে আন জনৰ পৰা বিচাৰে ক্ষমা প্ৰাৰ্থনা। কামনা কৰে শান্তি-প্ৰগতি ।

Intro:গোসাইগাঁৱত ইছলাম ধৰ্মাৱলম্বী লোকৰ মনত আনন্দৰ উল্লাহৰ মাজতে উদযাপন ঈদ উল ফিতৰ।

গোসাইগাঁও 5 জুন :আজি গোসাইগাঁও মহকুমাৰ হাছৰাওবাৰীত ঈদ-উল ফিতৰকলৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত এতিয়া ব্যস্ততাৰ অন্ত নাই। সম্পূৰ্ণ এমাহ ৰোজা ৰখাৰ পিছত ইছলাম ধৰ্মাৱলম্বী লোক সকলে ব্যাপক উলহ মালহেৰে পালন কৰি আছে ঈদ-উল ফিতৰ। Body:ইছলাম ধৰ্মাৱলম্বী লোকৰ মনত আনন্দৰ উল্লাহৰ মাজতে উদযাপন ঈদ উল ফিতৰ।

অতীতৰ প্ৰতিকূলতা দূখ, কষ্ট, বেদনা পাহৰি প্ৰতিজন মুছলমানে মিলিত হয় ঈদৰ দিনা। এজনে আনজনৰ কান্দৰ লগত কান্দ মিলাই জনায় ঈদৰ শুভেচ্ছা।Conclusion:ইছলাম ধৰ্মাৱলম্বী লোকৰ মনত আনন্দৰ উল্লাহৰ মাজতে উদযাপন ঈদ উল ফিতৰ।
এজনে আন জনৰ পৰা বিচাৰে ক্ষমা প্ৰাৰ্থনা। কামনা কৰে শান্তি - প্ৰগতি।

বিশ্বজিৎ চৌধুৰী, গোসাইগাঁও
Last Updated : Jun 5, 2019, 4:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.