ETV Bharat / state

বিপিএফক ভোটদান নকৰিলে বাতিল কৰা হ'ব মাটিৰ পট্টা : হাগ্ৰামা মহিলাৰী - নিৰ্বাচনী প্ৰচাৰ

কোকৰাঝাৰৰ ভাৰত -ভূটান সীমান্তৰ উল্টাপানী আৰু বিছমুৰীত প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মাটিৰ পট্টা প্ৰদানৰ টোপ হাগ্ৰামা মহিলাৰীৰ

কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Apr 16, 2019, 10:04 PM IST

কোকৰাঝাৰ, 16 এপ্ৰিল : আদিবাসী, কোচ ৰাজবংশীৰ জনজাতিকৰণ হ'লে বড়ো জনগোষ্ঠীৰ একো ক্ষতি নহয় ৷ গোৰ্খাসকলৰ জনজাতিকৰণত কোনো আপত্তি নাই বিটিচি চৰকাৰৰ । নিৰ্বাচনৰ পাচত বিটিচি কেবিনেটত গোৰ্খা সকলৰ জনজাতিকৰণৰ হকে সিদ্ধান্ত লোৱা হ'ব । মঙলবাৰে কোকৰাঝাৰৰ ভাৰত -ভূটান সীমান্তৰ উল্টাপানী আৰু বিছমুৰীত প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ লগতে ২০১৯ -২০ চনৰ ভিতৰত ফৰেষ্ট ডুৱেলাৰ এক্ট 2006 অনুসৰি মাটিৰ পট্টা দিয়া হ'ব ।

কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ

যিসকলে এইবেলি বিপিএফক ভোট দান নকৰিব তেওঁলোকৰ মাটি পট্টা বাতিল কৰা হ'ব বুলিও নিৰ্বাচনী সভাত উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে ।

Intro:কোকৰাঝাৰৰ ভাৰত ভূটান সীমান্তৰ উল্টাপানী আৰু বিছমুৰীত হাগ্ৰামাৰ নিৰ্বাচনী সভা ।

২০১৯ -২০ চনৰ ভিতৰত ফৰেষ্ট ডুৱেলাৰ এক্ট অনুসৰি মাটিৰ পট্টা দিয়া হব ।

যি সকল বিপিএফ ক ভোট দান নকৰিব তেওলোকৰ মাটি
পট্টা বাতিল কৰা হব বুলি নিৰ্বাচনী সভাত মন্তব্য হাগ্ৰামা।।

Body:আদিৱাসী কোচ ৰাজবংশী জনজাতিকৰণ হলে বড়ো জনগোষ্ঠীৰ একো ক্ষতি নহয় । 

গোৰ্খা সকলৰ জনজাতিকৰণত কোনো আপত্তি নাই বিটিচি চৰকাৰৰ ।

নিৰ্বাচনৰ পিছত বিটিচি কেৱিনেটত গোৰ্খা সকলৰ জনজাতিকৰণৰ হকে সিদ্ধান্ত লোৱা হব ।

Conclusion:ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মক ভোট দিয়া মানে এনডিএফবিক শক্তিশালী কৰা ,  এনডিএফবি হত্যা হিংসাৰ সতে জড়িত ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.