ETV Bharat / state

ৰাজ্যসভালৈ পুনৰ বিশ্বজিৎ দৈমাৰীক প্ৰক্ষেপ বিপিএফ দলৰ - হাগ্ৰামা মহিলাৰী

দেওবাৰে কোকৰাঝাৰত সংবাদমেল সম্বোধন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷ সংবাদমেলত আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ আসনৰ বাবে পুনৰাই বিশ্বজিৎ দৈমাৰীক বিপিএফ দলে প্ৰক্ষেপ কৰিব বুলি মন্তব্য কৰে হাগ্ৰামাই ৷

বিশ্বজিৎ দৈমাৰী
ৰাজ্যসভালৈ পুনৰ বিশ্বজিৎ দৈমাৰীক প্ৰক্ষেপ বিপিএফ দলৰ
author img

By

Published : Mar 1, 2020, 9:23 PM IST

কোকৰাঝাৰ, 1 মাৰ্চঃ আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ আসনৰ বাবে পুনৰাই বিশ্বজিৎ দৈমাৰীক প্ৰক্ষেপ কৰিব বিপিএফ দলে । দেওবাৰে কোকৰাঝাৰত সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ আনহাতে 2 মাৰ্চত গুৱাহাটীত ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসৰ আমন্ত্ৰণক্ৰমে মিত্ৰজোঁটৰ বৈঠক অনুষ্ঠিত হ'ব বুলিও মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ এনডিএফবিৰ চাৰিওটা গোট, ৰাজ্য চৰকাৰ, বিটিচি চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ মাজত বৈঠক অনুষ্ঠিত হ'ব বুলি সংবাদমেলত সদৰী কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

ৰাজ্যসভালৈ পুনৰ বিশ্বজিৎ দৈমাৰীক প্ৰক্ষেপ বিপিএফ দলৰ

বৈঠকত মুলসূঁতিলৈ ঘূৰি অহা বিদ্ৰোহী সদস্যৰ পুণৰসংস্থাপন আৰু বিবাদিত গোচৰ প্ৰত্যাহাৰকৰণ সন্দৰ্ভত আলোচনা কৰিব বুলি মন্তব্য কৰে বিটিচি প্ৰধান গৰাকীয়ে । তদুপৰি, আগন্তুক ৫-৬ মাৰ্চত বিপিএফৰ তৃতীয়খন প্ৰাৰ্থীত্বৰ তালিকা ঘোষণা কৰা হ'ব বুলিও সদৰী কৰে বিপিএফ নেতাগৰাকীয়ে৷

আৰু পঢ়কঃ ইনাৰ লাইন পাৰ্মিটে উন্নয়নত বাধা দিব অসমকঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.