ETV Bharat / state

গোসাঁইগাঁৱত পিষ্টল উদ্ধাৰ - পিষ্টল উদ্ধাৰ

গৌৰীপুৰ থানাৰ অ চি সত্যজিৎ বৰঠাকুৰ আৰু ধুবুৰীৰ ডিএছপি শ্বেখৰ জ্যোতি ৰায়ে চলোৱা অভিযানত হাফিজুলৰ ঘৰৰ চোফাৰ তলৰ পৰা এটা পিষ্টল আৰু তিনিটা গুলী উদ্ধাৰ কৰে

গোসাঁইগাঁৱত উদ্ধাৰ পিষ্টল
author img

By

Published : Sep 25, 2019, 4:49 PM IST

কোকৰাঝাৰ, 25 চেপ্তেম্বৰঃ গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযান । অভিযানত শিমূলটাপু গাঁৱৰ নিবাসী হাফিজুল ৰহমানৰ বাসগৃহৰ পৰা জব্দ এটা পিষ্টল ৷ গৌৰীপুৰ থানাৰ অ চি সত্যজিৎ বৰঠাকুৰ আৰু ধুবুৰীৰ ডিএছপি শ্বেখৰ জ্যোতি ৰায়ে চলোৱা অভিযানত হাফিজুলৰ ঘৰৰ চোফাৰ তলৰ পৰা এটা পিষ্টল আৰু তিনিটা গুলী উদ্ধাৰ কৰে ।

আনহাতে, ধুবুৰী আৰু গৌৰীপুৰ আৰক্ষীৰ ব্যৰ্থতা ঢাকিবলৈ হাফিজুল ৰহমানৰ বাসগৃহত অভিযান চলাই বুলি মন্তব্য কৰে স্থানীয় তথা গাঁওবুঢ়াই ৷

স্থানীয় ৰাইজৰ মন্তব্য

উল্লেখ্য যে, বিগত চাৰি দিন পূৰ্বে চোৰাং গৰু ব্যৱসায়ী লগত জড়িত অভিযোগত গ্ৰেপ্তাৰ কৰে হাফিজুল ৰহমানক ৷ হাফিজুলৰ গ্ৰেপ্তাৰৰ পাচত আৰক্ষীৰ জিম্মাত থকা অৱস্থাত অভিযুক্ত হাফিজুলৰ ঘৰত দুবাৰকৈ অভিযান চলাই যদিও কোনো আপত্তিজনক সামগ্ৰী লাভ নকৰে আৰক্ষীয়ে ৷

Intro:Story :-- গোসাঁইগাঁৱত আৰক্ষীৰ দৌৰা দৌৰি :: পিষ্টল উদ্বাৰক কেন্দ্ৰ কৰি ৰহস্যৰ সৃষ্টি ::
Rpt :-Biswajit choudhury, Gossaigaon.
Date :-24/9/19.

Anchore :- গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযান । অভিযান চলায় গৌৰীপুৰ আৰক্ষী আৰু ধুবুৰীৰ ডি এছ পি । শিমূলটাপু আৰক্ষী চকীৰ শিমূলটাপুত নিশা আৰক্ষীৰ যৌথ অভিযান । অভিযান চলায় ধুবুৰীৰ ডি এছ পি শ্বেখৰ জ্যোতি ৰায় আৰু গৌৰীপুৰ থানাৰ অ চি সত্যজিৎ বৰঠাকুৰ ।
পৰিকল্পিতভাৱে ঘৰত পিষ্টল ৰখাৰ অভিযোগ পৰিয়ালৰ আৰু গাঁৱৰ গাঁও বুঢ়া তথা গাঁওবাসীৰ । শিমূলটাপু আৰক্ষী চকীৰ তথা শিমূলটাপু গাঁৱৰ নিবাসী হাফিজুল ৰহমানক চাৰিদিন পূৰ্বে গৌৰীপুৰ আৰক্ষী সন্ধিয়া নিজ ঘৰৰ পৰা আটক কৰে হাফিজুল ৰহমানক ।তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীৰ জিমবাত থকা অৱস্থাত ইয়াৰ পূৰ্বে দুইবাৰ কৈ তেওঁৰ ঘৰত আৰক্ষী তালাচী চলাই যদিও কোনো অস্ত্ৰ উদ্বাৰ কৰিব পৰা নাছিল । কিন্তু ধুবুৰী আৰু গৌৰীপুৰৰ আৰক্ষী
নিজৰ ব্যৰ্থতা ঢাকিবলৈ তেওঁৰ ঘৰত পিষ্টল থকা বুলি পুনৰ অভিযান চলায় । Body:। অভিযান চলাই নাটকীয়ভাৱে হাফিজুলৰ ঘৰৰ চোফাৰ তলৰ পৰা এটা পিষ্টল আৰু তিনিটা গুলী উদ্বাৰৰ কৰে। ইয়াক লৈ ধুবুৰী আৰু কোকৰাঝাৰ জিলা আৰক্ষীৰ মাজত ঠেলা হেঁচা আৰু মতানৈক্যৰ সৃষ্টি হয় । উক্ত পিষ্টলসহ হাফিজুলক শিমূলটাপু আৰক্ষী চকীত আজি পুৱা নিয়াৰ পিছত ঘটনা সন্দৰ্ভত অৱগত কৰি ধুবুৰী লৈ নিয়াৰ চেষ্টা কৰে যদিও শিমূলটাপু আৰক্ষী চকীত কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, মহকুমা আৰক্ষী বিষয়া, গোসাঁইগাঁৱৰ অ চি উপস্থিত হয় আৰু ধুবুৰী জিলাৰ ডি এছ পি শ্বেখৰ জ্যোতি ৰায় , গৌৰীপুৰ থানাৰ অ চি সত্যজিৎ বৰঠাকুৰক কিছু সময়ৰ বাবে আটক কৰি ৰাখে ইয়াক লৈ আৰক্ষীৰ শীর্ষ মহলত এক খলকনিৰ সৃষ্টি হয়।
Conclusion:
উক্ত ঘটনাৰ বুজ লবলৈ কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং শিমূলটাপূ আৰক্ষী চকীত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰাৰ লগতে সোধা পোছা কৰে । ইপিনে, হাফিজুল পৰিয়ালে গৌৰীপুৰ আৰক্ষী বিষয়া আৰু ধুবুৰী ডি এছ পিৰ বিৰুদ্ধে এখন গোচৰ দিয়ে ।

Byte :- গাঁৱৰ গাঁও বুঢ়া।
Byte :- D S P , Dhuburi .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.