ETV Bharat / state

কোকৰাঝাৰৰ যমদুৱাৰ সমষ্টিত বিপিএফৰ পদযাত্ৰা কাৰ্যসূচী

author img

By

Published : Nov 6, 2020, 5:15 PM IST

সমাগত বিটিচি নিৰ্বাচন ৷ বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত এতিয়া বড়োভূমিত ৰাজনৈতিক তৎপৰতা আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহে ৷ শুকুৰবাৰে কোকৰাঝাৰ জিলাৰ যমদুৱাৰ সমষ্টিৰ মালাগুৰী পৰা পানোৱাৰী গাঁৱলৈ এক পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে বিপিএফ দলৰ নেতা-কৰ্মীয়ে ৷

gosaigaon  bpf rally
কোকৰাঝাৰৰ যমদুৱাৰ সমষ্টিত বিপিএফৰ পদযাত্ৰা কাৰ্যসূচী

গোসাইগাঁও, ৬ নবেম্বৰ: সমাগত বিটিচি নিৰ্বাচন ৷ বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত এতিয়া বড়োভূমিত ৰাজনৈতিক তৎপৰতা আৰম্ভ কৰিছে ৰাজনৈতিক দল সমূহে ৷ শুকুৰবাৰে কোকৰাঝাৰ জিলাৰ যমদুৱাৰ সমষ্টিৰ মালাগুৰী পৰা পানোৱাৰী গাঁৱলৈ এক পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে বিপিএফ দলৰ নেতা-কৰ্মীয়ে ৷ হাগ্ৰামা মহিলাৰী জিন্দাবাদ, বি পি এফ জিন্দাবাদ আদি শ্লোগানেৰে তুলসীবিল আৰু মালাগুৰী বিপিএফৰ উদ্যোগত আয়োজন কৰা হয় ৷

উক্ত পদযাত্ৰা কাৰ্যসূচীত ৪নং যমদুৱাৰ সমষ্টিৰ মনোনীত প্ৰাৰ্থী ৰেওঁৰেওৱা নাৰ্জাৰীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে, বি পি এফ দলৰ ১৭ বছৰীয়া শাসনকালত বিপিএফে বড়োলেণ্ডত যথেষ্ট উন্নয়ন কৰিছে তথা আগন্তুক নিৰ্বাচনতো ৰাইজে বিপিএফক আদৰি লব ৷

লগতে পঢ়ক: দিবন ডেকাৰ জামিন আবেদন খাৰিজ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.