ETV Bharat / state

দুৰ্যোগ প্ৰশমনৰ বাবে সাজু কোকৰাঝাৰ প্ৰশাসন - কোকৰাঝাৰ জিলা প্ৰশাসন

কোকৰাঝাৰত পুৱাৰ ভাগৰ পৰা কিনকিনীয়া বৰষুণৰ সমানে দেখিবলৈ পোৱা গৈছে বতাহ-ধুমুহা ৷ দুৰ্যোগ প্ৰশমনৰ বাবে সম্পূৰ্ণৰূপে সাজু জিলা প্ৰশাসন ৷

দুৰ্যোগ প্ৰশমনৰ বাবে সাজু কোকৰাঝাৰ জিলা প্ৰশাসন
author img

By

Published : May 4, 2019, 6:36 PM IST

কোকৰাঝাৰ, 4 মে': কোকৰাঝাৰত পুৱাৰে পৰা কিনকিনীয়া বৰষুণৰ সমান্তৰালকৈ দেখিবলৈ পোৱা যায় বতাহ-ধুমুহাৰ ৷

দুৰ্যোগ প্ৰশমনৰ বাবে সাজু কোকৰাঝাৰ জিলা প্ৰশাসন

কোকৰাঝাৰৰ উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰে জনোৱা মতে দুৰ্যোগ প্ৰশমন বিভাগ সাজু হৈ আছে সকলোধৰণৰ পৰিস্থিতিৰ বাবে ৷ লগতে দুৰ্যোগৰ সময়ত যাতে কোনো লোক বিপদত নপৰে তাৰ প্ৰতিও সকলো ব্যৱস্থা কৰা হৈছে বুলি জনায় উপায়ুক্তগৰাকীয়ে ৷

Intro:ফণী আতংক কোকৰাঝাৰত।।

অসমত আজি ফণী প্ৰৱেশ কৰিব বুলি বতৰ বিজ্ঞানৰ আগজাননী দিয়াৰ পিছতে এতিয়া সমগ্ৰহ ৰাজ্যত আতংগ পৰিবেশ, খমন্তৰালকৈ কোকৰাঝাৰতও ৰাজ্যৰ মাজত আতংগ বাঢ়িছে।

Body:আজি দিনটোত ৰাতিপুৱাৰ ভাগৰ পৰা পিন পিনীয়া বৃষ্টি আৰু সমাইন বতাহ বৈ আছে সমগ্ৰ জিলাত।
ছাফিকুল ইছলাম কোকৰাঝাৰ জিলা আমছুৰ সম্পাদকে জিলা আৰু দুৰ্যোগ বিভাগে আগতীয়াকৈ জাহাতে জুযা চলাই।

Conclusion:কোকৰাঝাৰৰ উপায়ুক্ত পাৰ্থ প্রতিম মুজুমদাৰ সাংবাদিকৰ আগত জোনাইজে যিকোনো দুৰ্যোগৰ কাৰণে খমগ্ৰহ জিলাৰ আৰক্ষী আৰু এছ. দি.আৰ. এফক কঠোৰ কৰি দিয়া হৈছে। জাহাতে দুৰ্যোগৰ সময় চোৱাত কোনো ধৰণৰ বিপদ খুনমখীন নহয়। ককৰাঝাৰৰ কুইক ৰেছকেউ অপাৰেচোন তিম ও মজুদ কৰি ৰখা হৈছে বুলি উল্লেখ কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.