ETV Bharat / state

তৃতীয় বড়ো চুক্তিকলৈ পৰ্যালোচনা বি পি এফৰ - নিখিল বড়ো ছাত্ৰ সন্থা

তৃতীয় বড়ো চুক্তিকলৈ পৰ্যালোচনা বিপিএফ-ৰ ৷ কিছুদিন পূৰ্বে স্বাক্ষৰিত বিটিআৰ চুক্তিকলৈ ৰাজসাক্ষী হোৱা হাগ্ৰামা মহিলাৰীৰ ওলোটা খৰ ৷ নতুন দিল্লীত সম্পাদিত হোৱা ঐতিহাসিক বিটিআৰ চুক্তিখন আনুষ্ঠানিকভাৱে গৃহীত নোহোৱাৰ পূৰ্বে বড়োভূমিৰ ৰাজনৈতিক জগতত এতিয়া চলিছে গৰম বতাহ ৷

কোকৰাঝাৰ
বড়োভূমিৰ ৰাজনৈতিক জগতত গৰম বতাহ
author img

By

Published : Jan 31, 2020, 8:05 PM IST

কোকৰাঝাৰ,31 জানুৱাৰীঃ তৃতীয় বড়ো চুক্তিকলৈ পৰ্যালোচনা বিপিএফ-ৰ ৷ কিছুদিন পূৰ্বে স্বাক্ষৰিত বিটিআৰ চুক্তিকলৈ ৰাজসাক্ষী হোৱা হাগ্ৰামা মহিলাৰীৰ ওলোটা খৰ ৷ নতুন দিল্লীত সম্পাদিত হোৱা ঐতিহাসিক বিটিআৰ চুক্তিখন আনুষ্ঠানিকভাৱে গৃহীত নোহোৱাৰ পূৰ্বে বড়োভূমিৰ ৰাজনৈতিক জগতত এতিয়া চলিছে গৰম বতাহ ৷ উল্লেখ্য যে, তৃতীয় বড়ো চুক্তিত স্বাক্ষৰ কৰা বড়ো জাতীয় সংগঠন নিখিল বড়ো ছাত্ৰ সন্থাৰ কোনো অৱদান নাই বুলি মন্তব্য প্ৰকাশ কৰি পুনৰ এবছুক আক্ৰমণৰ লক্ষ কৰি তোলে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । শুকুৰবাৰে কোকৰাঝাৰৰ তিতগুৰিষ্ঠিত গ্ৰীণ ফিল্ডত বিপিএফৰ দলীয় কৰ্মীৰ সভাত ভাগলৈ এইদৰে কয় বিটিচি প্ৰধান গৰাকীয়ে ৷

বড়োভূমিৰ ৰাজনৈতিক জগতত গৰম বতাহ

এন ডি এফ বি-ৰ চাৰিটা গোটৰ লগতে এবছু,ইউ বি পি ও-ই স্বাক্ষৰ কৰা এই চুক্তিৰ ফলত বিটিচি-বাসীয়ে লাভালাভৰ পৰিৱৰ্তে লোকচান হৈছে বুলি উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে। বিটিআৰৰ প্ৰসংগত শোণিতপুৰ আৰু বিশ্বনাথ সম্প্ৰসাৰণৰ কথা এবছুহে জানিব বুলি কয় মহিলাৰীয়ে । শুকুৰবাৰে অনুষ্ঠিত সভাখনত মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম, বিধায়ক ৰবিৰাম নাৰ্জাৰী,ইমানুৱেল মুচাহাৰী, মাজেন্দ্ৰ নাৰ্জাৰী,কামলী বসুমতাৰী, বিটিচিৰ উপ-প্ৰধান খাম্ফা বৰগয়াৰী, বিপিএফ নেতা প্ৰবীণ বড়োকে ধৰি বহুকেইজন বিপিএফ নেতা উপস্থিত থাকে ।

লগতে চাওকঃপ্লাষ্টিক নিষেধাজ্ঞাৰ জৰিয়তে মৰাপাট শিল্পৰ পুনৰুদ্ধাৰ

Intro:তৃতীয় বড়ো চুক্তিকলৈ পয্যালোচনা বিপিএফ।

বিটিআৰ চুক্তিকলৈ ৰাজসাক্ষী হোৱা হাগ্ৰামা মহিলাৰীৰ ওলোটা খৰ।

নতুন দিল্লীত সম্পাদিত হোৱা ঐতিহাসিক বিটিআৰ চুক্তিখন অনুষ্ঠানিক ভাবে গৃহীত নোহোৱাৰ পূৰ্বে বড়োভূমিৰ ৰাজনীতিক জগতত গৰম বতাহ বুলিবলৈ আৰম্ভ হৈছে।

Body:উল্লেখ্য যে তৃতীয়তো বড়ো চুক্তিত স্বাক্ষৰ কৰা বড়ো জাতীয় সংগঠন নিখিল বড়ো ছাত্ৰ সন্থাৰ কোনো অৱদান নাই হাইজেকহে কৰিছে বুলি পুনৰ এবছুক আক্ৰমণৰ লৈক্ষকৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

আজি কোকৰাঝাৰ টিতগুৰিষ্টিত গ্ৰীণ ফিল্ডত বিপিএফ দলৰ কৰ্মী সভাত ভাগলৈ এইদৰে কয়।

Byte_Hagrama mohilary BTC Chief.

এনডিএফবিৰ চাৰিটা গোট লগতে এবছু, ইউবিপিওই স্বাক্ষৰ কৰা এই চুক্তিত বিটিচি বাসীয়ে একো লাভালাভ হোৱা নাই আনকি লোকচোনহে হৈছে বুলি উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে।

Conclusion:বিটিআৰত দুই জিলা ক্ৰমে শোণিতপুৰ আৰু বিশ্বনাথ সম্প্ৰসাৰণৰ কথা এবছুহে জানিব কিয়নো এবছুহে স্বাক্ষৰ কৰিছে বুলি কয় হাগ্ৰামা মহিলাৰীয়ে।

আজিৰ সভাত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, বিধায়ক ৰাবিৰাম নাৰজাৰী, ইমানোবেল মোচাহাৰী, মাজেন্দ্ৰ নাৰ্জাৰী, কামলী বাসুমতাৰী, বিটিচিৰ উপ-প্ৰধান খামফা বৰ্গয়াৰী, বিপিএফ নেতা প্ৰবীণ বড়োকে ধৰি বহু বিপিএফ নেতা উপস্থিত আছিল।

Reported by_Kanak Ch Boro
Kokrajhar Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.