কোকৰাঝাৰ, 6 জুন: কোকৰাঝাৰ বৃহস্পতিবাৰে উদ্ধাৰ হয় এটি মৃতদেহ ৷ অসম-বংগ সীমান্তৰ শিমুলটাপু আৰক্ষী চকীৰ নিলগত থকা ছীমপ্লেক্স কোম্পানীৰ সন্মুখত থকা এখন টায়াৰৰ দোকানত শুই থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো ৷ প্ৰত্যক্ষদৰ্শীৰ ভায্য অনুসৰি, বৃহস্পতিবাৰে পুৱা টায়াৰৰ দোকানৰ মালিকজনে দোকান খুলিবলৈ আহি প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্তত মৃতদেহৰ ওচৰত লাভ কৰে এখন মোনা ৷ মোনাখনৰ ভিতৰত আছিল ঔষধ আৰু চিকিৎসকৰ প্ৰেছক্ৰিপছন ৷ প্ৰেছক্ৰিপছনৰ পৰাই মৃত ব্যক্তিজনৰ নাম ৰাজেশ শৰ্মা (50) বুলি জানিব পৰা হৈছে ৷ উল্লেখ্য যে, নেপালৰ এই ৰাজেশ শৰ্মা নামৰ ব্যক্তিজন দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত ভুগি আছিল বুলি জানিব পৰা গৈছে । অৱশেষত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ।
শ্ৰীৰামপুৰত উদ্ধাৰ মৃতদেহ - অসম নিউজ
বৃহস্পতিবাৰে পুৱা টায়াৰৰ দোকানৰ মালিকজনে দোকান খুলিবলৈ আহি প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ মৃতদেহটো প্ৰত্যক্ষ কৰি খৱৰ দিয়ে আৰক্ষীক । আৰক্ষীয়ে খবৰ লাভ কৰাৰ পাচতে উপস্থিত হয় ঘটনাস্থলীত ৷ আনহাতে, আৰক্ষীয়ে প্ৰাথমিক তদন্তত মৃতদেহটোৰ ওচৰতে লাভ কৰে এখন মোনা
কোকৰাঝাৰ, 6 জুন: কোকৰাঝাৰ বৃহস্পতিবাৰে উদ্ধাৰ হয় এটি মৃতদেহ ৷ অসম-বংগ সীমান্তৰ শিমুলটাপু আৰক্ষী চকীৰ নিলগত থকা ছীমপ্লেক্স কোম্পানীৰ সন্মুখত থকা এখন টায়াৰৰ দোকানত শুই থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো ৷ প্ৰত্যক্ষদৰ্শীৰ ভায্য অনুসৰি, বৃহস্পতিবাৰে পুৱা টায়াৰৰ দোকানৰ মালিকজনে দোকান খুলিবলৈ আহি প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্তত মৃতদেহৰ ওচৰত লাভ কৰে এখন মোনা ৷ মোনাখনৰ ভিতৰত আছিল ঔষধ আৰু চিকিৎসকৰ প্ৰেছক্ৰিপছন ৷ প্ৰেছক্ৰিপছনৰ পৰাই মৃত ব্যক্তিজনৰ নাম ৰাজেশ শৰ্মা (50) বুলি জানিব পৰা হৈছে ৷ উল্লেখ্য যে, নেপালৰ এই ৰাজেশ শৰ্মা নামৰ ব্যক্তিজন দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত ভুগি আছিল বুলি জানিব পৰা গৈছে । অৱশেষত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ।
শ্ৰীৰামপুৰ 6 জুন,অসম-বংগ সীমান্তৰ শিমূলটাপু আৰক্ষী চকীৰ নিলগত থকা ছীমপ্লেক্স ক'ম্পানীৰ সন্মুখত থকা এটা টায়াৰৰ দোকানত শুই থকা অৱস্থাত এটা মৃতদেহ উদ্ধাৰ কৰা হয়।ঘটনাৰ বিৱৰনী মতে আজি পুৱা টায়াৰৰ দোকানৰ মালিকজনে দোকান খুলিব'লৈ আহি মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খৱৰ দিয়ে।লগে লগে আৰক্ষী উপস্থিত হয়।মৃতদেহটোৰ ওচৰতে থকা এটা বেগ পোৱা যায়।Body: বেগৰ ভিতৰত ঔষধ আৰু প্ৰেকসিপ্ছনত তেওঁৰ পৰিচয় নাম ৰাজেশ শৰ্মা(50)ঘৰ নেপালত বুলি চিনাক্ত কৰা হয়।Conclusion:।ব্যক্তিজনে দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত ভুগি আছিল বুলি জানিব পৰা গৈছে।মৃতদেহটো মৰণোত্তৰ কৰাৰ বাৱে কোকোৰাঝাৰলৈ প্ৰেৰণ কৰা হয়।
বিশ্বজিৎ চৌধুৰী, গোসাইগাঁও