ETV Bharat / state

নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ

সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন পত্ৰ দাখিল বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ ৷ সাংসদ পদৰ পৰা অপসাৰণ কৰাৰ দাবী ৷ ট্ৰাইবেল সংঘক জগৰীয়া কৰে জনজাতি সুৰক্ষা মঞ্চই ৷

নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ
author img

By

Published : Jul 9, 2019, 7:43 PM IST

কোকৰাঝাৰ, 9 জুলাই : কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷ বড়ো কছাৰীৰ জনজাতিৰ ভুৱা প্ৰমাণ পত্ৰ লোৱাৰ অভিযোগ সাংসদগৰাকীৰ বিৰুদ্ধে ৷ সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন পত্ৰ দাখিল কৰিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই । তেওঁক অতি শীঘ্ৰে সাংসদৰ পৰা অৱসৰ দিব লাগে বুলি দাবী তুলিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি দাওৰাও দেশৰেব নাৰ্জাৰীয়ে । শৰণীয়া জনগোষ্ঠীৰ হৈয়ো জনজাতীয় প্ৰমাণ পত্ৰ লোৱাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷ ট্ৰাইবেলৰ প্ৰমাণপত্ৰ দিয়াৰ বাবে ট্ৰাইবেল সংঘক জগৰীয়া কৰে জনজাতি সুৰক্ষা মঞ্চই ৷

Intro:কোকৰাঝাৰ সাংসদ নৱ কুমাৰ চৰণীয়াৰ বিৰুদ্ধে পুনৰ গোচৰ ৰুজু।

নৱ কুমাৰ চৰণীয়া অবৈধ সাংসদ, অতি শীঘ্ৰে সাংসদৰ পৰা অৱসৰ দিবলাগে: দাওৰাও।

কোকৰাঝাৰ লোকসভা জনজাতি সংৰক্ষিত সমিষ্টিৰ সাংসদ নৱ কুমাৰ চৰণীয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ নিবেদন পত্ৰ দাখিল কৰিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই। হীৰা চৰণীয়া বড়ো কছাৰী নহয় কোচ বংশৰ হীৰা শৰণীয়া অবৈধ সাংসদ, তেওঁক অতি শীঘ্ৰে সাংসদৰ পৰা অৱসৰ দিব লাগে বুলি দাবী তুলিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাৱটি দাওৰাও দেশৰেব নাৰ্জাৰীয়ে।

Body:ট্ৰাইবেল চেৰ্টিফিকেত দিয়াৰ বাবে ট্ৰাইবেল সংঘক জগৰীয়া আখ্যা দি দ্বিতীয় বাৰৰ বাবে নিৰ্বাচিত সাংসদ গৰাকীৰ বিৰুদ্ধে যোৱাকালি সমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা নিবেদনৰ জৰিয়তে এয়েবাৰ ন্যায় পাব বুলি আশা কৰিছে।

সাংবাদিকৰ আগত তেখেদে কৈযে নৱ কুমাৰ চৰণীয়া বড়ো কছাৰী নহয় তেওঁ শৰণীয়া জনগোষ্ঠীৰ হে। তেখেত বড়ো কছাৰী হৈ ভুৱা জনজাতীৰ প্ৰমাণ পত্ৰ লৈছে। গতিকে নৱ এজন ভুৱা সাংসদ, তেখেতৰ ওপৰত হিচাব দিবনোৱাৰা গোচৰ আছে। কোচ জনগোষ্ঠী অসমৰ অন্য পিছ পৰা শ্ৰীনি (অ বি চি)তহে পৰে। অ বি চি হয়ও জনজাতী প্ৰমাণ পত্ৰ লোৱাটো আইন বিৰোধী আৰু দণ্ডনিও ।

Conclusion:সেয়ে অবৈধ প্ৰমানপত্ৰ লৈ সাংসদ নিৰ্বাচন খেলাৰ ওপৰত পুনৰ গোচৰ ৰুজু কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.