ETV Bharat / state

বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্য অতিথি অমিত শ্বাহ

author img

By

Published : Jan 24, 2021, 11:31 AM IST

উখল-মাখল কোকৰাঝাৰ ৷ কোকৰাঝাৰৰ গ্ৰেণী ফিল্ডত ৰবিবাৰৰ পৰা আৰম্ভ হৈছে ঐতিহাসিক বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান ৷ গ্ৰীণ ফিল্ডলৈ বৈছে জনতাৰ সোঁত ৷ বৰ্ষপূৰ্তিৰ পূৰ্বে দেওবাৰৰ প্ৰথম কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।

বিটিআৰ চুক্তি
বিটিআৰ চুক্তি

কোকৰাঝাৰ, ২৪ জানুৱাৰী : কোকৰাঝাৰৰ গ্ৰেণী ফিল্ডত দেওবাৰৰ পৰা আৰম্ভ হৈছে ঐতিহাসিক বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান ৷ বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি চাৰিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব ৷

কোকৰাঝাৰৰ গ্ৰেণী ফিল্ডত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান আৰম্ভ

বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত বিশাল আয়োজন কৰা হৈছে ৷ বৰ্ষপূৰ্তিৰ দেওবাৰৰ প্ৰথম কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।

পুৱাৰ ঠেৰেঙা লগা শীতকো নেওচি  জনতাৰ সোঁত
পুৱাৰ ঠেৰেঙা লগা শীতকো নেওচি জনতাৰ সোঁত

পুৱাৰ ঠেৰেঙা লগা শীতকো নেওচি গৃহমন্ত্ৰীৰ জনসমাৱেশত অংশগ্ৰহণ কৰিবলৈ বিটিআৰৰ বিভিন্ন জিলাৰ পৰা গ্ৰীণ ফিল্ডলৈ বৈছে জনতাৰ সোঁত ৷

নৃত্য-গীতৰ সাংস্কৃতিক অনুষ্ঠান
নৃত্য-গীতৰ সাংস্কৃতিক অনুষ্ঠান

বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তিৰ অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যেৰে ইতিমধ্যে উপস্থিত হৈছেহি বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, সমূহ কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্য, আৰক্ষী, নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়া-বৰ্গ আৰু বিটিআৰ প্ৰশাসনৰ আমোলা বিষয়া ৷

নৃত্য-গীতৰ সাংস্কৃতিক অনুষ্ঠান
নৃত্য-গীতৰ সাংস্কৃতিক অনুষ্ঠান

মুখ্য অতিথিয়ে জনসাধাৰণক সম্বোধি ভাষণ প্ৰদান কৰিবলগীয়া মূল মঞ্চৰ সন্মুখত আয়োজন কৰা হৈছে বিভিন্ন জনগোষ্ঠীৰ নৃত্য-গীতৰ এক সুন্দৰ সাংস্কৃতিক অনুষ্ঠানৰ ৷

জনসমাৱেশ
জনসমাৱেশ

উল্লখ্য যে, ২০২০ বৰ্ষৰ ২৭ জানুৱাৰীত দিল্লীত এবছু, এমডিএফবি আৰু ইউবিপিঅ'ৰ নেতৃত্বত দিল্লীত বিটিআৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল ।

লগতে পঢ়ক:আমছুৰ নতুন সভাপতিৰ মতে সত্যৰঞ্জন বৰা মুছলমান বিদ্বেষী নহয় !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.