- কোকৰাঝাৰবাসীৰ বাবে আনন্দৰ বতৰা
- কোকৰাঝাৰৰ বিশিষ্ট লেখিকা , সমাজ কৰ্মী বিন্দেশ্বৰী হাজোৱাৰীলৈ অসম লেখিকা সন্থাই আগবঢ়াইছে 2019 বৰ্ষৰ " লাৱন্য হাজৰিকা সোঁৱৰণী আদৰ্শ মাতৃ বঁটা "
- 29 জুনত কোকৰাঝাৰত অসম লেখিকা সন্থাই আনুষ্ঠানিকভাৱে আগবঢ়াব এই ঘটনা
- বিন্দেশ্বৰী হাজোৱাৰী বিশিষ্ট সাহিত্যিক ড: মংগলসিং হাজোৱাৰীৰ পত্নী
- সাহিত্যনুৰাগী তথা আদৰ্শময়ী মাতৃ ডিব্ৰুগড়ৰৰ প্ৰয়াত লাৱণ্য হাজৰিকাৰ স্মৃতি ন্যাসৰ জৰিয়তে এইবাৰ 11 সংখ্যাক বঁটা আগবঢ়োৱা হৈছে
- মৈনানি চলো(মাইনাৰ কাহিনী) , জিউনি মৌন্দাংথি (জীৱনৰ অনুভৱ) তেওঁৰ প্ৰকাশিত গ্ৰন্থ
বড়ো লেখিকালৈ লাৱণ্য হাজৰিকা সোঁৱৰণী আদৰ্শ মাতৃ বঁটা - ETV BHARAT
29 জুনত কোকৰাঝাৰত অসম লেখিকা সন্থাই আনুষ্ঠানিকভাৱে আগবঢ়াব এই ঘটনা ৷
BODO WOMAN WRITERS
- কোকৰাঝাৰবাসীৰ বাবে আনন্দৰ বতৰা
- কোকৰাঝাৰৰ বিশিষ্ট লেখিকা , সমাজ কৰ্মী বিন্দেশ্বৰী হাজোৱাৰীলৈ অসম লেখিকা সন্থাই আগবঢ়াইছে 2019 বৰ্ষৰ " লাৱন্য হাজৰিকা সোঁৱৰণী আদৰ্শ মাতৃ বঁটা "
- 29 জুনত কোকৰাঝাৰত অসম লেখিকা সন্থাই আনুষ্ঠানিকভাৱে আগবঢ়াব এই ঘটনা
- বিন্দেশ্বৰী হাজোৱাৰী বিশিষ্ট সাহিত্যিক ড: মংগলসিং হাজোৱাৰীৰ পত্নী
- সাহিত্যনুৰাগী তথা আদৰ্শময়ী মাতৃ ডিব্ৰুগড়ৰৰ প্ৰয়াত লাৱণ্য হাজৰিকাৰ স্মৃতি ন্যাসৰ জৰিয়তে এইবাৰ 11 সংখ্যাক বঁটা আগবঢ়োৱা হৈছে
- মৈনানি চলো(মাইনাৰ কাহিনী) , জিউনি মৌন্দাংথি (জীৱনৰ অনুভৱ) তেওঁৰ প্ৰকাশিত গ্ৰন্থ
Intro:কোকৰাঝাৰ ব্ৰেকিং..........
কোকৰাঝাৰবাসীৰ বাবে আনন্দৰ বতৰা । কোকৰাঝাৰৰ বিশিষ্ট লেখিকা , সমাজ কৰ্মী বিন্দেশ্বৰী হাজোৱাৰীলৈ অসম লেখিকা সন্থাই আগবঢ়াইছে ২০১৯ বৰ্ষৰ " লাৱন্য হাজৰিকা সোঁৱৰণী আদৰ্শ মাতৃ বঁটা ।
Body: ২৯ জুনত কোকৰাঝাৰত অসম লেখিকা সন্থাই আগবঢ়াব বঁটা । বিন্দেশ্বৰী হাজোৱাৰী বিশিষ্ট সাহিত্যিক ড: মংগলসিং হাজোৱাৰীৰ পত্নী । সাহিত্যনুৰাগী তথা আদৰ্শময়ী মাতৃ ডিব্ৰুগড়ৰৰ প্ৰয়াত লাৱন্য হাজৰিকাৰ স্মৃতি ন্যাসৰ জৰিয়তে এইবাৰ ১১ সংখ্যাক বঁটা আগবঢ়োৱা হৈছে।
Conclusion:মৈনানি চলো(মাইনাৰ কাহিনী) , জিউনি মৌন্দাংথি (জীৱনৰ অনুভৱ) তেওঁৰ প্ৰকাশিত গ্ৰন্থ।