ETV Bharat / state

গোসাইগাঁৱত বন বিভাগৰ অভিযান, বাইকসহ কাঠৰ কুণ্ডা জব্দ - গোসাইগাঁও

চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান ৷ কচুগাওঁ বনসংমণ্ডৰ বিষয়া মতিলাল বসমুতাৰীৰ নেতৃত্বত চলা এক অভিযানত জব্দ কৰিবলৈ সক্ষম হয় এখন বাইকৰ লগতে বহু মূল্যবান শাল কাঠৰ কুণ্ডা ৷

ETV BHARAT
গোসাইগাঁৱত বন বিভাগৰ অভিযান, বাইক সহ কাঠৰ কুণ্ডা জব্ধ
author img

By

Published : Dec 5, 2019, 11:43 PM IST

গোসাইগাঁও, 5 ডিচেম্বৰঃ গোসাইগাঁৱত অব্যাহত আছে চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান ৷ বন বিভাগৰ অভিযানত শাল কাঠৰ কুণ্ডা সহ এখন ২২০ পালছাৰ বাইক জব্দ কৰিবলৈ সক্ষম হয় ৷

গোসাইগাঁৱত বন বিভাগৰ অভিযান, বাইক সহ কাঠৰ কুণ্ডা জব্ধ

গোসাইগাঁৱত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ আনহাতে চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগেও অব্যাহত ৰাখিছে তীব্ৰ অভিযান ৷ আঠীয়াবাৰী ৰেঞ্জৰ অন্তৰ্গত,কাওছিবজাৰত কঁচুগাওঁ বনসংমণ্ডৰ বিষয়া মতিলাল বসমুতাৰীৰ নেতৃত্বত,আৰু বড়োলেণ্ড এনভাৰমেণ্টেল প্ৰটেকচন চ'ছাইটিৰ যৌথ অভিযানত এখন নম্বৰ প্লেট বিহীন পালচাৰ বাইক সহ চোৰাং শাল কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় ৷ আনহাতে অভিযানৰ সময়ত এন্ধাৰৰ সুযোগ লৈ দুজন চোৰাং কাঠ সৰবৰাহকাৰী পলায় যাবলৈ সক্ষম হয় ৷ ইতিমধ্যে জব্দকৃত বাইক আৰু কাঠৰ কুণ্ডা কঁচুগাঁৱত থকা বন বিভাগৰ কাৰ্যালয়লৈ লৈ আনে বন বিভাগৰ লোকে ৷

লগতে পঢ়ক - গৃহ সমষ্টি মাজুলীত জ্বলিল মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

Intro:👍 গোসাঁইগাঁৱ মহকুমাত বন বিভাগৰ অভিযানত বৃহত সাফল্যঃকাঠ সহ ২২০ পালছাৰ বাইক জব্দঃ
""""""""""""""""""""'"""""

Body:👍 গোসাইগাওঁত আকৌ বন বিভাগৰ অভিযানত বৃহৎ সাফল্যঃ চোৰাং শাল কাঠৰ সৈতে এখন ২২০ পালছাৰ বাইক জব্দঃ

👍উক্ত বন বিভাগটোৱে যোৱা নিশা সক্ৰিয় ভূমিকা লৈ কুণ্ডাবোৰৰ লগতে বাইক এখন জব্দ কৰাত সক্ষম হয়।

👍আঠীয়াবাৰী ৰেঞ্জৰ অন্তৰ্গত,কাওছিবাজাৰত কচুগাওঁ বনসংমণ্ডৰ বিষয়া মতিলাল বসমুতাৰীৰ নেত্যৃত্বত, আসাম ফৰেষ্ট বাহিনী,আঠিয়াবাৰী ৰেঞ্জ ষ্টাপ,এণ্ট্ৰিক্ৰোপশন,বড়োলেণ্ড ইনভাৰমেণ্টেল প্ৰোট্টেকশন ছছাইটি এনজিয় যৌথ অভিযান চলাই জব্দ কৰে অবৈধ কাঠৰ কুণ্ডাৰ উপৰিও এখন নাম্বাৰ বিহীন পালছাৰ বাইক।

👍 কাওছি বাজাৰ ওচৰতে চলাই আছিল এই ৰমৰমীয়া বেহাঃ

Conclusion: 👍প্ৰাপ্তবাতৰি সুত্ৰে কাঠ জব্দ কৰাৰ সময়তে আন্ধাৰৰ সুযোগলৈ যুৱক দুজন পলায়ন কৰে।পিছত বাইকখন কচুগাওঁ বনবিভাগ কাৰ্য্যলয়লৈ আহে!
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.