ETV Bharat / state

কোকৰাঝাৰত আটক ছগৰাকী বাংলাদেশী - Border Organization

বিদেশী ন্যায়াধীকৰণে কেতিয়াবাই ঘোষণা কৰিছিল বিদেশী বুলি ৷ অৱশেষত অসম আৰক্ষীৰ সীমান্ত শাখাই অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় লোককেইজনক ৷

কোকৰাঝাৰত আটক ছগৰাকী বাংলাদেশী
author img

By

Published : May 7, 2019, 10:09 PM IST

কোকৰাঝাৰ, 7 মেঃ বিদেশী ন্যায়াধীকৰণে কেবাবছৰ পূৰ্বেই বিদেশী বুলি ঘোষণা কৰা ছগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয় সীমান্ত শাখাই ৷ কোকৰাঝাৰস্থিত অসম আৰক্ষীৰ সীমান্ত শাখাই অসম বংগ সীমান্তৱৰ্তী শিমলুটাপু অঞ্চলৰ পৰা আটক কৰে লোককেইজনক ৷

কোকৰাঝাৰত আটক ছগৰাকী বাংলাদেশী

বিদেশী ন্যায়াধীকৰণে কেবাবছৰ পূৰ্বেই বিদেশী বুলি ঘোষিত কৰা তথা ইমানদিনে পলাতক হৈ থকা আটকাধীন লোককেইজন হ'ল ক্ৰমে গোসাঁইগাঁও গৰুমাৰা চৰৰ চামাদ ফকিৰ ওৰফে চামাদ আলি, তিনি নং শিমুলটাপুৰ মহম্মদ টাছান আলি শ্বেখ, এক নং শিমলুটাপুৰ প্ৰমোদ দাস আৰু শ্যামলা দাস, শিমলুটাপু ফৰেষ্ট গ্ৰেজিংৰ মজিৰণ বিবি আৰু শিমলুটাপু এনপি তিনিৰ ৰহিটন বিবি ৷

Intro:কোকৰাঝাৰত তিনি মহিলা সহিতে ছয় বিদেশী আটক । 

কোকৰাঝাৰ /৭ মে :- বিদেশী ন্যায়াধীকৰণে কেবাবছৰ পূৰ্বেই বিদেশী বুলি ঘোষিত কৰা ছয় গৰাকী নাগৰিকক আজি কোকৰাঝাৰ সীমান্ত শাখাই অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছে ।

Body:অসম বংগ সীমান্তবৰ্তী শিমলুটাপু অঞ্চলৰ পৰা আটক কৰা ছয় গৰাকী বিদেশীৰ ভিতৰত তিনিগৰাকীয়েই মহিলা । বিদেশী ন্যায়াধীকৰণে কেবাবছৰ পূৰ্বেই বিদেশী বুলি ঘোষিত কৰা তথা ইমানদিনে পলাতক হৈ থকা আটকাধীন নাগৰিকসকল হ'ল ক্ৰমে গোসাঁইগাঁও গৰুমাৰা চৰৰ চামাদ ফকিৰ ওৰফে চামাদ আলি , তিনি নং শিমুলটাপুৰ মহম্মদ টাছান আলি শ্বেখ , এক নং শিমলুটাপুৰ প্ৰমোদ দাস আৰু শ্যামলা দাস , শিমলুটাপু ফৰেষ্ট গ্ৰেজিংৰ মজিৰণ বিবি  আৰু শিমলুটাপু এনপি তিনিৰ ৰহিটন বিবি বুলি সীমান্ত শাখাই সদৰি কৰিছে । 

Conclusion:সীমান্ত শাখাই সদৰি কৰা মতে জিলাখনত বিদেশী ন্যায়াধীকৰণে ইতিমধ্যে ৭০০ ৰো অধিক লোকক বিদেশী বুলি ঘোষিত কৰিছে আৰু বৰ্তমানে পলাতক হৈ থকা বিদেশী লোকসকলৰ সন্ধানত তালাচী অভিযান অব্যাহত আছে বুলি সদৰি কৰিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.